ETV Bharat / state

অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত উমৰাংচুত চেক বিতৰণ - উমৰাংচুত চেক বিতৰণ

ডিমা হাছাও জিলাৰ উমৰাংচুত কপিলী চাহ বাগিচাৰ 248 গৰাকী হিতাধিকাৰীক বুধাবাৰে 3 হাজাৰ টকা কৈ ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰা হয়। এই ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷

assam-tea-garden-dhan-puraskar-yojana
অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত উমৰাংচুত চেক বিতৰণ
author img

By

Published : Feb 3, 2021, 10:17 PM IST

ডিমা হাছাও, 3 ফেব্ৰুৱাৰী: অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত চৰকাৰে অসমৰ চাহ বাগিতাৰ অধ্যুষিত অঞ্চলৰ হিতাধিকাৰী সকলক প্ৰদান কৰিছে 3 হাজাৰ টকাকৈ এক বিশেষ অনুদান ৷ এই উপলক্ষে ডিমা হাছাও জিলাৰ উমৰাংচুত কপিলী চাহ বাগিচাৰ 248 গৰাকী হিতাধিকাৰীক বুধাবাৰে 3 হাজাৰ টকা কৈ ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰা হয়।

এই ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷ ডিমা হাছাও জিলাৰ উপায়ুক্ত জানিবলৈ দিয়া অনুসৰি চাহ বাগিচাৰ হিতাধিকাৰী সকলক অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত প্ৰথম পৰ্যায়ত 2 হাজাৰ 500 টকা, দ্বিতীয় পৰ্যায়ত 2 হাজাৰ 500 টকা দিয়া হৈছিল ৷ এইবাৰ তৃতীয় পৰ্যায়ত 3 হাজাৰ টকা কৈ 248 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: গোলাঘাটৰ বেবেজীয়াত ONGCৰ খাদত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.