ETV Bharat / state

ডিমা হাছাওত নিৰ্মাণ হ'ব চাৰিলেনযুক্ত পথ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ চি জি এম(CGM) আলোক কুমাৰে অৱগত কৰে যে, 1 ডিচেম্বৰৰ পৰা ডিমা হাছাওৰ জাতিংগা-হাৰেংগাজাওৰ মাজৰ 25 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন দিয়া হৈছে।

author img

By

Published : Nov 14, 2019, 8:42 AM IST

1 ডিচেম্বৰৰ পৰা ডিমা হাছাওৰ 25 কিলোমিটাৰ চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ হ'বঃ ডেভিড কেভূম

ডিমা হাছাও, 14 নৱেম্বৰঃ 1 ডিচেম্বৰৰ আৰম্ভ হ'ব পৰা ডিমা-হাছাওৰ জাতিংগা-হাৰেংগজাও চাৰিলেন পথ নিৰ্মাণৰ কাম। উক্ত পথ নিৰ্মাণৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ইতিমধ্যে 54 কোটি টকা অনুমোদন দিয়া বুলি জনাইছে ডিমা হাছাওৰ ছাত্ৰ সংগঠনৰ সভাপতি ডেভিড কেভূমে ।

25 কিলোমিটাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ চি জি এম(CGM) আলোক কুমাৰে অৱগত কৰে যে, 1 ডিচেম্বৰৰ পৰা ডিমা হাছাওৰ জাতিংগা-হাৰেংগাজাওৰ মাজৰ 25 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন দিয়া হৈছে । আনহাতে চি জি এম(CGM) আলোক কুমাৰে উক্ত পথটো নিৰ্মাণৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াৰ বিশেষজ্ঞ দলৰ পিছত জাপানৰ বিশেষজ্ঞ দলে শিলচৰৰ ইষ্ট-ৱেষ্ট ক'ৰিডৰ পৰিদৰ্শন কৰে বুলিও ছাত্ৰ সংগঠনটোক অৱগত কৰে ৷ লগতে আলোক কুমাৰে জনায় যে, জাপানীজ বিশেষজ্ঞ দলৰ পৰামৰ্শ ম'তে চাৰিলেন পথ নিৰ্মাণৰ বাবে 'ডিপিআৰ' তৈয়াৰ কৰা হৈছে ৷

Intro:ডিমা হাছাও 13 নৱেম্বৰ: অস্ট্রেলিয়া বিশেষজ্ঞ দলৰ পিছত এতিয়া জাপানৰ বিশেষজ্ঞ দলৰ শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ পৰিদৰ্শন। অহা 1 ডিচেম্বৰৰ পৰা জাতিংগা-হাৰেংগজাও চাৰিলেন ৰাস্তা নিৰ্মাণৰ কাজ আৰম্ভ হব। ৰাস্তা নিৰ্মাণৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 54 কোটি টকাৰ অনুমোদন জনাইছে। আৰু ৰাস্তা মেৰামতিৰ কাৰণে এতিয়া অতিৰিক্ত 24 কোটি টকা দিয়া হৈছে বুলি জনায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালৰ সিজিএম আলোক কুমাৰে।Body:বুধবাৰে আলোক কুমাৰৰ লগতে জাপানীজ বিশেষজ্ঞ দল ইষ্ট-ৱেষ্ট কৰিডৰৰ হাতীখালিৰ পৰা হাৰেংগাজাও লৈ চাৰিলেন ৰাস্তা পৰিদৰ্শন কৰি ভূতত্ত্বিক বিষয়ৰ ওপৰত জৰীপ চলায়। এতিয়া এই জৰীপৰ পিছতে জাপানৰ বিশেষজ্ঞ দলে প্ৰতিবেদন জমা দিয়াৰ পিছত নতুনকৈ ডিপিআর বনোৱা হব বুলি জানিব পৰা গৈছে।Conclusion:বুধবাৰে এই পৰিদৰ্শন কালত ইণ্ডিজেনাচ ষ্টুডেন্টস ফৰামৰ সভাপতি ডেভিড কেভম আৰু ছাত্ৰ সংগঠনৰ প্ৰতিনিধি সকলক ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সিজিএম আলোক কুমাৰে অৱগত কৰে 1 ডিচেম্বৰৰ পৰা জাতিংগা-হাৰেংগাজাও 25 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন দিয়া হৈছে। আৰু ৰাস্তা সুচল ৰখাৰ কাৰণে মেৰামতিৰ বাবে আৰু অতিৰিক্ত 24 কোটি টকা দিয়া হৈছে। ইয়াৰ লগতে আলোক কুমাৰে কয় জাপানীজ বিশেষজ্ঞ দলৰ পৰিদৰ্শণৰ পিছত আকৌ নতুনকৈ চাৰিলেন ৰাস্তা নিৰ্মাণৰ কাৰণে ডিপিআর তৈরি কৰা হব বুলি জানিবলৈ দিয়ে ছাত্ৰ সংগঠনটোৰ সভাপতি ডেভিড কেভূমক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.