ETV Bharat / state

মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ - দিখাৰী গাঁও পঞ্চায়তত

মৰাণৰ দিখাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলা সকলৰ মাজত অনুমোদন প্ৰমাণ পত্ৰ প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ চৰকাৰ পৰা লাভ কৰা ৮৩০টকাৰ সদ ব্যৱহাৰ কৰিবলৈ মহিলা সকলক আহ্বান জনায় ৷

Work of orunodoi scheme is starts at Moran
মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ
author img

By

Published : Dec 13, 2020, 8:59 PM IST

মৰাণ, 13 ডিচেম্বৰ: দেওবাৰে মৰাণৰ দিখাৰীত মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৷ অসম চৰকাৰে অৰুণোদয় আঁচনিৰ যোগেদি মহিলা সকলৰ বেংকৰ একাউণ্টত প্ৰতি মাহে ৮৩০ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দেওবাৰে মৰাণৰ দিখাৰী গাঁও পঞ্চায়তত আঁচনিৰ ধন লাভ কৰা মহিলাসকলকৰ মাজত অনুমোদন প্ৰমাণ পত্ৰ প্ৰদান কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷

Work of orunodoi scheme is starts at Moran
মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক গৰাকীয়ে মহিলা সকলৰ লগত মত বিনিময় কৰাৰ লগতে চৰকাৰ পৰা লাভ কৰা ধনৰ সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ বৰ্তমানেও জিলাখনৰ পঞ্চায়তে পঞ্চায়তে যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা যোগ্যতা আছে তেওঁলোকক অতি সোনকালে প-পত্ৰ জমা দিবলৈ অনুৰোধ জনাইছে তেওঁ ৷

লগতে পঢ়ক: বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.