ETV Bharat / state

ডিব্ৰুগড় খোৱাঙত সন্ধানহীন বোৱাৰী - etv bharat

স্বামী গৃহ পৰিয়ালে মৌচুমীৰ মাতৃ গৃহৰ লগতে আত্মীয় লোকসকলৰ ওচৰত খবৰ কৰে যদিও সন্ধান ওলোৱা নাই বোৱাৰীগৰাকীৰ । এগৰাকী ৭ বছৰীয়া কন্যা সন্তানৰ মাতৃ মৌচুমীৰ সন্ধান বিচাৰি স্বামীয়ে ইতিমধ্যে খোৱাং আৰক্ষী থানাত দাখিল কৰে আবেদন।

সন্ধানহীন বোৱাৰী
author img

By

Published : Aug 7, 2019, 1:15 PM IST

ডিব্ৰুগড়, 7 আগষ্টঃ চিকিৎসালয়লৈ বুলি গৈ চলিত মাহৰ ৫ তাৰিখৰ পৰা সন্ধানহীন ডিব্ৰুগড খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বাঘটলী পথাৰ গাঁ‌ৱৰ এগৰাকী বোৱাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি বাঘটলী পথাৰ গাঁ‌ৱৰ মুকুন্দ গগৈৰ পত্নী মৌচুমী গগৈ ৫ আগষ্টৰ পুৱা পেটৰ বিষৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন। স্বামী গৃহ পৰিয়ালে মৌচুমীৰ মাতৃ গৃহৰ লগতে আত্মীয় লোকসকলৰ ওচৰত খবৰ কৰে যদিও সন্ধান ওলোৱা নাই বোৱাৰীগৰাকীৰ। এগৰাকী ৭ বছৰীয়া কন্যা সন্তানৰ মাতৃ মৌচুমীৰ সন্ধান বিচাৰি স্বামীয়ে ইতিমধ্যে খোৱাং আৰক্ষী থানাত দাখিল কৰে আবেদন। প্ৰায় ৫ ফুট ওখ বগা বৰণৰ বোৱাৰী গৰাকীয়ে ঘৰৰ পৰা যোৱাৰ সময়ত সেউজীয়া ৰঙৰ মেখেলা চাদৰ পৰিধান কৰিছিল। কোনো লোকে বোৱাৰী গৰাকীৰ সন্ধান পালে খোৱাং আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ স্বামীৰ অনুৰোধ।

etv bharat assam

Intro:ডিব্ৰুগড খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বাঘটলী পথাৰ গাঁ‌ৱৰ এগৰাকী বোৱাৰী যোৱা ৫ আগষ্টৰ পৰা সন্ধানহীন হৈ থকা খবৰ পোৱা গৈছে  । প্ৰাপ্ত খবৰ অনুসৰি বাঘটলী পথাৰ গাঁ‌ৱৰ মুকুন্দ গগৈৰ পত্নী মৌচুমি গগৈ (২২) ৫ আগষ্টৰ পুৱা পেটৰ বিষৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ বুলি যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে । স্বামী গৃহ পৰিয়ালে মৌচুমিৰ মাতৃ গৃহৰ লগতে আত্মীয় লোকসকলৰ ওচৰত খবৰ কৰিছে যদিও কোনেও সন্ধান দিব পৰা নাই । এগৰাকী ৭ বছৰীয়া কন্যা সন্তান থকা বোৱাৰী গৰাকীৰ সন্ধান বিচাৰি স্বামীয়ে ইতিমধ্যে খোৱাং আৰক্ষী থানাত এক আবেদন কৰিছে । প্ৰায় ৫ ফুট ওখ বগা বৰণৰ বোৱাৰী গৰাকীয়ে ঘৰৰ পৰা যোৱাৰ সময়ত সেউজীয়া ৰঙৰ মেখেলা চাদৰ পৰিধান কৰি গৈছে । কোনো লোকে বোৱাৰী গৰাকীৰ সন্ধান পালে খোৱাং আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ স্বামীয়ে অনুৰোধ জনাইছে ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.