ETV Bharat / state

মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ক’ভিড-19 সন্দৰ্ভথ সজাগতা - মৰাণ মহাবিদ্যালয়ৰ NSS গোট

ক'ভিডত আক্ৰান্ত সকলৰ আশু আৰোগ্য কামনাৰে আৰু ক'ভিডত মৃত্যু সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ ব্যতিক্ৰমী পদক্ষেপ ৷

মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ ক’ভিড-19ৰ সজাগতা সৃষ্টি

author img

By

Published : May 14, 2021, 9:55 PM IST

মৰাণ, 14মে’: ৰাজ্যত ক'ভিডে এক প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰিছে । প্ৰতিদিনে ক'ভিডত আক্ৰান্ত সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি হৈ আহিছে । এনে ভয়াৱহ পৰিস্থিতিত ৰাইজক অধিক সজাগ হৈ থাকিবলৈ আহ্বান জনাই শুকুৰবাৰে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত মৰাণ ট্ৰেফিক পইণ্টত বন্তি প্ৰজ্বলনেৰে ক'ভিডত আক্ৰান্ত সকলৰ আশু আৰোগ্য কামনাৰে আৰু ক'ভিডত মৃত্যু হোৱা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ক'ভিড প্ৰটকল মানি এক ব্যতিক্ৰম অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

উক্ত অনুষ্ঠাৰ লগত সংগতি ৰাখি কবিতা আবৃত্তি, বক্তিতা অনুষ্ঠানেৰে ৰাইজক ক'ভিডৰ ক্ষেত্ৰত সজাগ কৰাৰ পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ টিংখাঙৰ ঐতিহাসিক যুৰীয়া আই থানত আশীষ ললে মন্ত্ৰী বিমল বড়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.