ETV Bharat / state

ক'ভিড-19ত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ক'ভিড-19 ত আক্ৰান্ত । ক'ভিড আক্ৰান্ত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

union-minister-rameshwar-teli-attacked-covid-19
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আক্ৰান্ত ক'ভিড-19ত
author img

By

Published : Nov 30, 2020, 3:51 PM IST

ডিব্ৰুগড়, 30 নৱেম্বৰ: মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে সাংসদগৰাকী ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ শনিবাৰে কৰা হৈছিল ক'ভিড পৰীক্ষণ ৷ ইয়াৰ পাচতেই মন্ত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷

union-minister-rameshwar-teli-attacked-covid-19
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আক্ৰান্ত ক'ভিড-19ত

অন্য এক খবৰৰ বাবে: বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.