ETV Bharat / state

SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী টিংখাঙৰ দল-সংগঠনৰ

SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত টিংখাঙৰ দল-সংগঠনৰ ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ লগতে ৪ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰী লৈ এক চহী সংগ্ৰহ অভিযান আৰম্ভ কৰিছে ।

tingkhong-si-scandalous-news
SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী টিংখাঙৰ দল-সংগঠনৰ
author img

By

Published : Feb 4, 2021, 6:07 PM IST

টিংখং, 4 ফেব্ৰুৱাৰী : SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত টিংখাঙৰ দল-সংগঠনৰ ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ লগতে ৪ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰী লৈ এক চহী সংগ্ৰহ অভিযান আৰম্ভ কৰিছে । ইতিমধ্যে SI কেলেংকাৰী সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ এই সময়ছোৱাত টিংখং সমষ্টিৰ ৫০ হেজাৰ লোকৰ চহী সম্বলিত এখন আবেদন প্ৰেৰণ কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে কেইবাটাও দল সংগঠনৰ নেতৃত্বই ৷

SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী টিংখাঙৰ দল-সংগঠনৰ

উল্লেখ্য যে, চহী সংগ্ৰহ অভিযানৰ আৰম্ভণি হিচাপে টিংখাঙৰ ৰাজগড়ত বৃহস্পতিবাৰে ৰাইজৰ চহী সংগ্ৰহ কৰা হয় । অহা ১৫ ফেব্ৰুৱাৰী লৈ সমষ্টিৰ গাঁৱে-ভুঁঞে এই আবেদনত চহী সংগ্ৰহ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ আবেদন প্ৰেৰণ কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিছে ।

বৃস্পতিবাৰৰ চহী সংগ্ৰহ কাৰ্যসূচীত কা বিৰোধী ঐক্য মঞ্চ, টিংখাং, আনপা, ৰাইজৰ দল, কংগ্ৰেছ আৰু চিপিআই এম এল ৰ অৰ্ধশতাধিক কৰ্মী আৰু সমৰ্থক উপস্থিত থাকে ৷

লগতে পঢ়ক : ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.