ETV Bharat / state

টিংখাঙত জনজাতিকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী - দৌ টাই আহোম ছাত্র সন্থা

শীঘ্ৰে টাই আহোম সকলক জনজাতি প্ৰদান নকৰিলে 2021 নিৰ্বাচনত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব লাগিব তথা আন্দোলনকাৰী সকলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে ৷

tingkhong-atasu-protest
টিংখাঙত জনজাতিকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী
author img

By

Published : Oct 12, 2020, 3:20 PM IST

টিংখাং, 12 অক্টোবৰ: টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে টিংখাঙৰ পৰা ডিব্ৰুগড় লৈ বিশাল বাইক ৰেলি উলিয়ায় সদৌ টাই আহোম ছাত্র সন্থা ( আটাছু )ৰ ৰাজগড় আৰু টিংখাং আঞ্চলিক সমিতিয়ে। আটাছুৰ ডিব্রুগড় জিলা সমিতিৰ আহ্বান ক্ৰমে ৰাজগড় আঞ্চলিক সমিতিয়ে টিংখাঙৰ ৰাজগড় পৰা ডিব্ৰুগড় সদৰলৈ বাইক ৰেলি কাৰ্যসূচী ৰূপায়ণ কৰে ।

tingkhong-atasu-protest
টিংখাঙত জনজাতিকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী

টাই আহোম সকলৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ জন্মগত অধিকাৰ,জনজাতিকৰণৰ নামত ৰাজনীতি নচলিব, বিজেপি চৰকাৰৰ গ‘ বেক, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, ছয় জনগোষ্ঠীক জনজাতিকৰণ লাগিবই আদি বিভিন্ন শ্ল‘গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ । শীঘ্ৰে টাই আহোম সকলক জনজাতি প্ৰদান নকৰিলে 2021 নিৰ্বাচনত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব লাগিব তথা আন্দোলনকাৰী সকলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে ৷
লগতে পঢ়ক: নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.