টিংখাং, 22 ছেপ্তেম্বৰঃ টিংখং-ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনষ্ঠ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ৫৯৭ টা পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্যসকলে ৷ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷
টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
মঙলবাৰে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত হোৱা খেলিমলিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷