ETV Bharat / state

নাহৰকটীয়াত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ - জয়পুৰ খণ্ড শিক্ষা

নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়া কার্যালয়ৰ সম্মুখত ঠিকা ভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ ৷ চাকৰি - বেতন নিয়মীয়াকৰণৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ

নাহৰকটীয়াত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ
author img

By

Published : Sep 13, 2019, 11:21 PM IST

নাহৰকটীয়া, 13 চেপ্তেম্বৰ : পুনৰ শ্ৰেণীকোঠা এৰি আন্দোলনত নামিল ৰাজ্যৰ শিক্ষক সমাজ । ৰাজ্যৰ 41 হাজাৰ টেট উত্তীৰ্ণ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি - বেতন নিয়মীয়াকৰণৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি টেট শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়া কার্যালয়ৰ সম্মুখত ঠিকা ভিত্তিক টেট শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে জয়পুৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাবীত পুৱা 10.30 ৰ পৰা দুপৰীয়া 12.30 লৈ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । প্ৰতিবাদকাৰী শিক্ষক সমাজে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । শিক্ষক সমাজত শ্ৰেণী কোঠাৰ ভিতৰতে থাকিব দিয়ক, ৰাজপথত নামি শিক্ষক সমাজক আন্দোলন কৰিবলৈ বাধ্য নকৰাব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী টেট শিক্ষক সমাজে ।

Intro:আমাক শিক্ষক হৈ শ্ৰেণীকোঠাৰ ভিতৰতে থাকিবলৈ দিয়ক, ৰাজপথলৈ আহিবলৈ বাধ্য নকৰাবঃ

পুনৰ শ্ৰেণীকোঠা এৰি আন্দোলনত নামিল ৰাজ্যৰ শিক্ষক সমাজ । ৰাজ্যৰ ৪১ হাজাৰ টেট উত্তীৰ্ণ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত শুক্ৰবাৰে ৰাজ্যজুৰি টেট শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়া কার্যলয়ৰ সম্মুখত ঠিকা ভিত্তিক টেট শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ন শিক্ষক সমাজৰ আহ্বান মৰ্মে জয়পুৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাবীত পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন কৰে ।প্ৰতিবাদকাৰী শিক্ষক সমাজে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । শিক্ষক সমাজত শ্ৰেণী কোঠাৰ ভিতৰতে থাকিব দিয়ক, ৰাজপথত নামি শিক্ষক সমাজক আন্দোলন কৰিবলৈ বাধ্য নকৰাব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী টেট শিক্ষক সমাজে ।

BYTE 1,2 :- টেট উত্তীৰ্ন শিক্ষকBody:DoConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.