ETV Bharat / state

লাইকা -দধিয়াৰ ভূমিহীন লোকৰ সংস্থাপনৰ বাবে বিশেষ সমিতি গঠন

লাইকা -দধিয়াৰ ১৪৮৭ টা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাকৈ সৰ্বমুঠ ১৪.৮৭ কোটি টকা আৱণ্টনৰ কৰা কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে ইতিমধ্যে পৰিবেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰত নতুন ভূমি চিনাক্ত কৰি সংস্থাপিত বাবে যাৱতীয় পদক্ষেপ ল'বলৈ গঠন কৰিছে এখন বিশেষ সমিতি ৷

author img

By

Published : Feb 26, 2021, 11:02 PM IST

special-committee-constituted-for-setting-up-of-landless-people
লাইকা -দধিয়াৰ ভূমিহীন লোকৰ সংস্থাপনৰ বাবে বিশেষ সমিতি গঠন

ডিব্ৰুগড়, 26 ফেব্ৰুৱাৰী : ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাইকা -দধিয়াৰ ১৪৮৭ টা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাকৈ সৰ্বমুঠ ১৪.৮৭ কোটি টকা আৱণ্টনৰ কৰা কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে ইতিমধ্যে পৰিবেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰত নতুন ভূমি চিনাক্ত কৰি সংস্থাপিত বাবে যাৱতীয় পদক্ষেপ ল'বলৈ গঠন কৰিছে এখন বিশেষ সমিতি ৷

লাইকা-দধিয়াবাসীৰ সমস্যা মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰি মুখ্যমন্ত্ৰী সোণোৱালে পুনৰ সংস্থাপিত হবলগীয়া পৰিয়াল সমূহৰ বাবে প্ৰয়োজনীয় খোৱাপানী, বিদ্যুৎ ,প্ৰাথমিক চিকিৎসা সেৱা আদি সামৰি এটা পেকেজ প্ৰস্তুত কৰিবলৈও ৰাজহ বিভাগক নিৰ্দেশ দিছে। আনহাতে পুনৰ সংস্থাপন কৰিবলগীয়া ভূখণ্ড যাতে বানপানী আৰু খহনীয়ামুক্ত হয় সেই দিশত নজৰ দিবলৈও মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া সমিতিক ইতিমধ্যে নিৰ্দেশ দিছে।

লগতে পঢ়ক: 27 মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচন : 2 মে'ত ভোটগণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.