ETV Bharat / state

ৰাজ্যৰ বনভোজস্থলীত নাই আনন্দ উৎসাহঃ নিজম টিংখাঙৰ শৰেঘাট - সংশোধিত নাগৰিকত্ব আইন

বহু সুখ-দুখ হাঁহি-কান্দোনৰ মাজেৰে অতীতৰ বুকুত সোমাই পৰিল 2019৷ বছৰটো পুৰণি হৈ পৰিল অনেক ভাল-বেয়া ক্ৰতি বিচ্যুতিৰ কথা । 2019 বৰ্ষৰ ডিচেম্বৰ মাহৰ আজি অন্তিমটো দেওবাৰ । কিন্তু নতুন বছৰক আদৰাৰ যেন আনন্দ নাই ৰাইজৰ মনত ৷

Tingkhang
টিংখাঙৰ শৰেঘাট
author img

By

Published : Dec 29, 2019, 1:21 PM IST

টিংখাং, 29 ডিচেম্বৰঃ চাওঁতে চাওঁতে এটা বছৰে মেলানি মাগিলে ৷ অলেখ অশুভৰ মাজতে অনেক প্ৰেৰণাদায়ক স্মৃতিও বছৰটোৱে এৰি যায় ভৱিষ্যতৰ বাবে । এনেকৈয়ে ইংৰাজী নৱবৰ্ষ 2019ৰ কাউন্ট ডাউন ইতিমধ্যে আৰম্ভ হৈছে।

নিজম টিংখাঙৰ শৰেঘাট

এটি নতুন বছৰ সমাগত । মাত্ৰ দুটা দিনৰ পাচত নতুন বছৰে ভুমুকি মাৰিবহি ৷ পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ছোৱাত জনসাধাৰণৰ মন উৎকণ্ঠা, আনন্দ, উল্লাসেৰে ভৰি পৰে । বিদায়ক্ষণত এইবাৰ যেন নিমাও মাও পৰিৱেশ সকলো বনভোজস্থলীত । পূৰ্বে টিংখাঙৰ শৰেঘাট দলঙৰ বুঢ়ীদিহিঙৰ বালিচত বনভোজৰ দলে ভিৰ কৰিছিলহি । এইবেলি কিন্তু বনভোজস্থলী সমূহত দেখিবলৈ পোৱা নাই ভিৰ । প্ৰাকৃতিক পৰিৱেশৰ মাজত দুই এটা বনভোজৰ দলৰ বাহিৰে কোনো বনভোজৰ দলে মাছ-মঙহৰ লগতে বিভিন্ন ব্যঞ্জনৰে জুতি লোৱা পৰিলক্ষিত হোৱা নাই । বৰ্তমান সংশোধিত নাগৰিকত্ব আইনক লৈ উত্তাল সমগ্ৰ ৰাজ্য। সেয়ে নতুন বছৰক আদৰিবলৈ কেইটামান মুহূৰ্ত থকাৰ সময়তো ৰাজ্যৰ জাতীয় দল-সংগঠনৰ লগতে প্ৰতিজন লোক এতিয়া ব্যস্ত CAA বিৰোধী আন্দোলনত।

লগতে পঢ়ক - নাহৰকটীয়াৰ নামফাকেত অনিৰ্দিষ্ট কাললৈ বন্ধ বনভোজস্থলী

Intro:ৰাজ্যৰ বনভোজ স্থলিত নাই আনন্দ উৎসাহ ,নিজম টিংখাঙৰ শৰেঘাট।

Body:টিংখাং-চাওঁতে চাওঁতে এটা বছৰে মেলানি মাগিলে বহু সুখ-দুখ হাঁহি-কান্দোনৰ মাজেৰে অতীতৰ বুকুত সোমাই পৰিল বছৰটো পুৰণি হৈ পৰিল অনেক ভাল-বেয়া ক্ৰতি বিচ্যুতিৰ কথা। অলেখ অশুভৰ মাজতে অনেক প্ৰেৰণা দায়ক স্মৃতিও বছৰটোৱে এৰি যায় ভৱিষ্যতৰ বাবে। হয় ইংৰাজী নৱবৰ্ষ ২০১৯ৰ কাউন্ট-ডাউণ্ড ইতিমধ্যে আৰম্ভ হৈছে। এটি নতুন বছৰৰ সময় সমাগত। পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ছোৱাত জনসাধাৰণৰ মন উৎকণ্ঠা, আনন্দ, উল্লাসেৰে ভৰি পৰে। 2019 বৰ্ষৰ ডিচেম্বৰ মাহৰ আজি অন্তিমটো দেওবাৰ । পুৰণিক বিদায় দি নতুন বছৰে ভূমুকি মাৰিবহি আৰু মাত্ৰ দুটা দিনৰ পাছত । বিদায়খনত এইবাৰ যেন নিমাও মাও পৰিৱেশ সকলো বনভোজ স্হলিত । পূৰ্বে টিংখাঙৰ শৰেঘাত দলঙৰ বুঢ়ীদিহিঙৰ বালিচত বনভোজৰ দলে ভিৰ কৰেহি।এইবাৰ যেন বনভোজস্থলী সমূহত দেখিবলৈ পোৱা নাই ভিৰ। প্ৰাকৃতিক পৰিবেশৰ মাজত দুই এটা বনভোজৰ দলৰ বাহিৰে জুতি লোৱা সি নাই মাছ-মঙহৰ লগতে বিভিন্ন ব্যঞ্জনৰে।বৰ্তমান নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য উত্তাল।নতুন বছৰক আদৰিবলৈ কেইটামান মুহূৰ্ত থকা সময়ত ৰাজ্যৰ জাতীয় দল-সংগঠন লগতে প্ৰতিজন লোকে এতিয়া কা বিৰোধী আন্দোলনত ব্যস্ত।

Byte--

টিংখাঙৰ পৰা দীপক গগৈConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.