ETV Bharat / state

মৰাণৰ ধেমেচিত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি

author img

By

Published : Nov 17, 2020, 7:11 PM IST

মৰাণত অনুষ্ঠিত হ'বলগীয়া লাচিত দিৱসৰ প্ৰস্তুতিৰ বুজ ল'লে জিলা প্ৰশাসনিক বিষয়াৰ লগতে বিধায়ক আৰু দলীয় কৰ্মীয়ে ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মৰাণৰ ধেমেচীত কেন্দ্ৰীয় ভাৱে লাচিত দিৱসৰ আয়োজন কৰা হৈছে এইবাৰ ৷

মৰাণৰ ধেমেচিত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি
মৰাণৰ ধেমেচিত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি

মৰাণ,17 নৱেম্বৰঃ দেশপ্ৰেম,সাহস,পৰিশ্ৰম,বুদ্ধি,সততা,কৰ্মনিষ্ঠাৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় লাচিত দিৱস । ৰাজ্য চৰকাৰেও ২৪ নৱেম্বৰ দিনটো কেন্দ্ৰীয় ভাৱে ৰাজ্যৰ বিভিন্ন ঠাইত লাচিত দিৱস উদযাপন কৰি আহিছে । এইবাৰ অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মৰাণৰ ধেমেচীত কেন্দ্ৰীয় ভাৱে লাচিত দিৱস অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ।

এই লাচিত দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সেয়েহে মুখ্যমন্ত্ৰীৰ আগমণক লৈ মৰাণত তৎপৰ হৈ পৰিছে প্ৰশাসন। মঙলবাৰে লাচিত দিৱস অনুষ্ঠিত হ'ব লগা ক্ষেত্ৰত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলৰ লগত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু জিলাৰ বিজেপি কৰ্মীসকল উপস্থিত হৈ প্ৰস্তুতি সম্পৰ্কে তদাৰক কৰে ।

লগতে চাওকঃ ভুৱা সেনা জোৱান নিযুক্তি দিয়া ধীমান কৃষ্ণ কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.