ETV Bharat / state

বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ

author img

By

Published : Feb 14, 2021, 2:26 PM IST

স্থানীয় ৰাইজে বিধায়ক ঋতুপৰ্ণ বৰুৱাক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱা পথটো মেৰামতি নকৰিলে ৷ উপায়ন্তৰ হৈ ৰাইজৰ লগতে ছাত্ৰসকলে দেওবাৰে পুৱা শ্ৰমদান কৰি পথটো নিৰ্মাণ কৰিলে ৷

বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ
বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ

মৰাণ,14 ফেব্ৰুৱাৰীঃ পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো উন্নয়নৰ মুখ নেদেখিলে ৰহমৰীয়াৰ এটা অঞ্চলৰ ৰাইজে ৷ মুৰুলীবাৰীৰ পৰা চামনি সংযোগী মূল গড়কাপ্তানী পথটো কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ নোহোৱাত ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত নিৰ্মাণ হ’ব বুলি আশাত আছিল ৷

ইপিনে স্থানীয় ৰাইজে বিধায়ক ঋতুপৰ্ণ বৰুৱাক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজিলৈকে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱা পথটো মেৰামতি নকৰিলে ৷ উপায়ন্তৰ হৈ ৰাইজৰ লগতে ছাত্ৰসকলে দেওবাৰে পুৱা শ্ৰমদান কৰি পথটো নিৰ্মাণ কৰাৰ লগতে চৰকাৰ আৰু স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়কঃ দুটা বছৰ সম্পূৰ্ণ ভয়াৱহ পুলৱামা আক্ৰমণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.