ETV Bharat / state

মৰাণত পাচলি ভৰ্তি ট্ৰাক দুৰ্ঘটনাঃ নিহত দুই

মৰাণত পথ দুৰ্ঘটনা ৷ পাচলি ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ৷ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ এজনক ৷

author img

By

Published : Oct 30, 2020, 3:29 PM IST

Road accident In Moran, Two Injured
মৰাণত পাচলি ভৰ্তি ট্ৰাক দুৰ্ঘটনাঃ নিহত দুই

মৰাণ, 30 অক্টোবৰ : ডিব্ৰুগড় জিলাৰ মৰাণ তিলৈ নগৰত শুকুৰবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে এখন পাচলি ভৰ্তি ট্ৰাক ।

ঢেকীয়াজুলীৰ পৰা তিনিচুকীয়ালৈ গৈ থকা AS-23CC-4443 নম্বৰৰ শাক-পাচলি ভৰ্তি ডি আই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই মৰাণ তিলৈ নগৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিলৈ নদীৰ দলঙৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাত চালকজনৰ কথমপি প্ৰাণ ৰক্ষা হয় যদিও চালক জনৰ সহযোগীজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে,দুৰ্ঘটনাৰ পিচতে মৰাণ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।

লগত পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.