- ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক (Road Accident in Dibrugarh)
- যাত্ৰীবাহী বাছ আৰু মেজিকৰ মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো
- দুৰ্ঘটনাটোত আহত লোক দুজন ক্ৰমে মন্টু কৰ্মকাৰ আৰু জীতেন্দ্ৰ গুপ্তা
- লোক দুজনৰ ঘৰ মোহনবাৰী গ্ৰীণউদ চাহ বাগিছাত বুলি জানিব পৰা গৈছে
- দুৰ্ঘটনাটোত বাছত থকা এগৰাকী স্কুলীয়া ছাত্ৰীও আহত হৈছে
- আহতসকলৰ আটাইকে সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
- ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে
লগতে পঢ়ক: Truck Accident in Jonai: জোনাইত পথ দুৰ্ঘটনা