ডিব্ৰুগড়, 4 চেপ্তেম্বৰঃ টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰ ৰাজগড় শাখাৰ প্ৰতিবাদ । ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগটনটোৱে । উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ বিবেক গোৱেংকা আৰু উত্তৰ-পূৱ চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ 'চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক' 'চাহ শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰক' 'অসম চৰকাৰ হায় হায়' চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ' ধ্বনিৰে পৰিৱেশ উত্তাল কৰে ৷
টিংখাঙত চাহ অসম জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ বিবেক গোৱেংকা আৰু উত্তৰ-পূৱ চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে
ডিব্ৰুগড়, 4 চেপ্তেম্বৰঃ টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰ ৰাজগড় শাখাৰ প্ৰতিবাদ । ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগটনটোৱে । উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ বিবেক গোৱেংকা আৰু উত্তৰ-পূৱ চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ 'চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক' 'চাহ শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰক' 'অসম চৰকাৰ হায় হায়' চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ' ধ্বনিৰে পৰিৱেশ উত্তাল কৰে ৷
##২০ শতাংশ বোনাচৰ দাবীত এই প্ৰতিবাদ।
##উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ বিবেক গোৱেংকা আৰু উত্তৰ পূৱ চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকটীৰ পুত্তলিকা দাহ ।
##প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ" চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক" " চাহ শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰক " " অসম চৰকাৰ হায় হায়" চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ" আদি ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।Body:ঐConclusion:ঐ