ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত কেবৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ

author img

By

Published : Dec 9, 2019, 8:40 AM IST

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত দেওবাৰে মাজনিশা অৰ্থনৈতিক অৱৰোধ । আবদ্ধ কৰিলে অসমৰ খনিজ সম্পদ কঢ়িওৱা শ শ ট্ৰাক ৷

protest against CAB at dibrugarh
ডিব্ৰুগড়ত কেবৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ

ডিব্ৰুগড় , 9 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ গৃহ জিলাত দেওবাৰে মাজনিশা অৰ্থনৈতিক অৱৰোধ । ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ সমীপৰ লেপেতকটাত তেল,কয়লা,প্ৰাকৃতিক গেছকে ধৰি বিভিন্ন খনিজ সম্পদ কঢ়িওৱা শ শ ট্ৰাক আবদ্ধ কৰিলে 11 টাকৈ সংগঠনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ কৰি অৰ্থনৈতিক অৱৰোধেৰে কেন্দ্ৰীয় চৰকাৰক সকিয়নী দিয়ে 11 টাকৈ সংগঠনে ৷ টাই আহোম যুৱ পৰিষদ,জাতীয়তাবাদী যুৱ ছাত্ৰ সন্মিলন,কৃষক মুক্তি,লাচিত সেনাকে ধৰি মুঠ 11 সংগঠনৰ প্ৰতিনিধি একত্ৰিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে । লগতে প্ৰতিবাদস্থলীৰ পৰা আছুলৈ আহ্বান জনায় যে এই অৱৰোধত সমৰ্থন জনাওক । তেওঁলোকৰ মন্তব্য, ৰাজপথ অৱৰোধ কৰাত কৈ অৰ্থনৈতিক অৱৰোধ কৰিলেহে দিল্লীয়ে পোনপটীয়াকৈ গম পাব অসমীয়াৰ ক্ষোভ কিমান ৷

আৰু পঢ়ক : শেষ টোপাল তেজ থকালৈকে যুঁজিব অসমীয়াই !

Intro:এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত মাজনিশা অৰ্থনৈতিক অৱৰোধ।তেল,কয়লা,প্ৰাকৃতিক গেছকে ধৰি বিভিন্ন অসমৰ খনিজ সম্পদ কঢ়িওৱা শ শ ট্ৰাক আবদ্ধ কৰিলে 11 টাকৈ সংগঠনে ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ সমিপৰ লেপেতকটাত।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি এইদৰে এইবাৰ অৰ্থনৈতিক অৱৰোধেৰে কেন্দ্ৰীয় চৰকাৰক সকিয়নী,যে অসমৰ সম্পদত কেৱল অসমীয়াৰ অধিকাৰ আছে।কেব গৃহিত হ'লে এই সমূহ সম্পদ অসমৰ পৰা লৈ যাবলৈ দিয়া নহ'ব।টাই আহোম যুৱ পৰিষদ,জাতীয়তাবাদী যুৱ ছাত্ৰ সন্মিলন,কৃষক মুক্তি,লাচিত সেনাকে ধৰি মুঠ 11 সংগঠনৰ প্ৰতিনিধি একত্ৰিত হৈ এই প্ৰতিবাদ অব্যাহত ৰাখিছে।লগতে প্ৰতিবাদ স্থালীৰ পৰা আছুলৈ আহ্বান এই অৱৰোধত সমৰ্থন জনাওঁক।ৰাজপথ অৱৰোধতকৈ অৰ্থনৈতিক অৱৰোধ কৰিলে দিল্লীয়ে পোনপটীয়াকৈ গম পাব অসমীয়াৰ ক্ষোভ কিমান?

Byte:1,2Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.