ETV Bharat / state

SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত ৰাজগড় যৌথ মঞ্চৰ সংবাদ মেল

SI কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ শূণ্যসহনশীল নীতিৰ প্ৰতি দায়বদ্ধতা প্ৰতিপন্ন কৰাৰ লগতে টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবী ৰাজগড় যৌথ মঞ্চৰ ৷

author img

By

Published : Jan 21, 2021, 8:04 AM IST

SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত ৰাজগড় যৌথ মঞ্চৰ সংবাদ মেল
SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত ৰাজগড় যৌথ মঞ্চৰ সংবাদ মেল

মৰাণ,21 জানুৱাৰীঃ ৰাজ্যত আৰক্ষী নিযুক্তিৰ নামত সংঘটিত হোৱা SI কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ শূণ্যসহনশীল নীতিৰ প্ৰতি দায়বদ্ধতা প্ৰতিপন্ন কৰাৰ লগতে টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে ৰাজগড় যৌথ মঞ্চই ৷ লগতে সমগ্ৰ কেলেংকাৰীটো CBI দ্বাৰা তদন্ত কৰিবলৈ দাবী জনাইছে যৌথ মঞ্চই ৷

উল্লেখযোগ্য যে, চিপিআই এমএল, ৰাইজৰ দল , অসম জাতীয় পৰিষদ, আদিবাসী নেচনেল পাৰ্টি, কংগ্ৰেছ, কা বিৰোধী মঞ্চ, প্ৰগতিশীল নাৰী সন্থাৰ যৌথ মঞ্চই বুধবাৰে ৰাজগড় সাই ভৱনত সংবাদ মেল যোগে এই দাবী জনাই ৷

লগতে পঢ়কঃ নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.