ETV Bharat / state

টিংখাং সমষ্টিত ৰাইজে বিচাৰিছে চাহ অধ্যুষিত এলেকাৰ প্ৰাৰ্থী

author img

By

Published : Mar 4, 2021, 5:59 PM IST

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত টিংখাঙত চাহ জনগোষ্ঠীৰ লোক সকলে বিচাৰিছে চাহ অধ্যুষিত এলেকাৰ প্ৰাৰ্থী ৷ শাসক বিৰোধী দুয়োটা দলৰ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি চাহ জনগোষ্ঠীয় দল সংগঠন সমূহে কয় টিংখাং সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলেই চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰক্ষেপ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব ৷

টিংখাং সমষ্টিত ৰাইজে বিচাৰিছে চাহ অধ্যুষিত এলেকাৰ প্ৰাৰ্থী
টিংখাং সমষ্টিত ৰাইজে বিচাৰিছে চাহ অধ্যুষিত এলেকাৰ প্ৰাৰ্থী

টিংখাং,4মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ দল সমূহৰ লগতে সমষ্টিয়ে সমষ্টিয়ে ভোটাৰ ৰাইজৰ মাজতো বৃদ্ধি পাইছে উৎকণ্ঠা ৷ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমান্তৰালকৈ চূড়ান্ত তালিকাত নিজ পচন্দৰ প্ৰাৰ্থী গৰাকীক বিচাৰিছে ভোটাৰ ৰাইজে ৷ ইফালে টিংখাঙত চাহ জনগোষ্ঠীৰ লোক সকলে বিচাৰিছে চাহ অধ্যুষিত এলেকাৰ প্ৰাৰ্থী ৷ শাসক বিৰোধী দুয়োটা দলৰ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে চাহ জনগোষ্ঠী দল সংগঠন সমূহে ৷

বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দাবী চাহ অধ্যুষিত এলেকাৰ সমষ্টি সমূহত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিব লাগে। বিশেষকৈ টিংখাং সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলেই চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰক্ষেপ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে চাহ বাগিচা এলেকাত ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিব বুলি দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: টিংখাঙত চিপিআইএমএলৰ মনোনয়ন পত্ৰ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.