ETV Bharat / state

খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

author img

By

Published : Mar 17, 2021, 10:06 PM IST

অংকিত গগৈক সভাপতি আৰু তন্ময় কোঁৱৰক সাধাৰণ সম্পাদক হিছাপে লৈ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন ৷ বুধবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত এই নতুন সমিতিখন গঠিত হয় ৷

new committee of khowang students union formed
খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

মৰাণ,17 মাৰ্চ: বুধবাৰে গঠন হ'ল খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি ৷ বুধবাৰে অনুষ্ঠিত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত নতুন সমিতিখন গঠন কৰা হয় ৷

new committee of khowang students union formed
অংকিত গগৈক সভাপতি আৰু তন্ময় কোঁৱৰক সাধাৰণ সম্পাদক হিছাপে লৈ সমিতিখন গঠন

ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত এই প্ৰতিনিধি সভাত অংকিত গগৈক সভাপতি আৰু তন্ময় কোঁৱৰক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি নতুন সমিতিখন গঠন কৰা হয় ৷

অনুষ্ঠানত আছুৰ বহু সদস্য উপস্থিত থাকে

ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, উপদেষ্টা অনিল গগৈ, স: সাধাৰণ সম্পাদক খগেন গগৈ, সাংগঠনিক সম্পাদক সঞ্জীৱ বৰাকে আদি কৰি আছুৰ বহু সদস্য আৰু ছাত্ৰ-ছাত্ৰী সভাখনত উপস্থিত থাকে ৷

লগতে পঢ়ক: সংঘাতৰ পৰিণতিতে টিকটৰ পৰা বঞ্চিত হ’লো: চুম ৰংহাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.