ETV Bharat / state

নাহৰকটীয়াত পেটত গামোছা বান্ধি স্বাধীনতা দিৱস উদযাপন

পেটত গামোছা বান্ধি নাহৰকটীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে উদযাপন কৰিলে 73তম স্বাধীনতা দিৱস ৷

পেটত গামোছা বান্ধি উৰুৱালে পতাকা
author img

By

Published : Aug 15, 2019, 3:26 PM IST

ডিব্ৰুগড়,15আগষ্ট : ৰাজ্যজুৰি ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ স্বাধীনতা দিৱস উপলক্ষে নাহৰকটীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে ব্যতিক্ৰমী প্ৰতিবাদেৰে পেটত গামোচা বান্ধি উদযাপন কৰিলে ৭৩ সংখ্যক দেশৰ স্বাধীনতা দিৱস ৷

পেটত গামোছা বান্ধি উৰুৱালে পতাকা

উল্লেখ্য যে ১৯৮৫ চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনত চৰকাৰৰ সকলো নীতি-নিয়ম পালন কৰাৰ পিছতো আজি পৰ্যন্ত নহ'ল প্ৰাদেশিকৰণ ৷ আনকি বিদ্যালয়খনৰ এজন শিক্ষকৰ ধনৰ অভাৱত মৃত্যু ঘটিছিল ৷ যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে পতাকাৰ তলত পেটত গামোচা বান্ধি,জাতীয় সংগীত পৰিৱেশন কৰি স্বাধীনতা দিৱস উদযাপন কৰে ৷

Intro:নাহৰকটীয়াত শিক্ষকৰ প্ৰতিবাদঃ পেটত গামোছা বান্ধি উৰুৱালে পতাকাঃ

চাকৰি নিয়মীয়া নোহোৱাৰ প্ৰতিবাদত আজি নাহৰকটীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সকলে ব্যতিক্ৰমী প্ৰতিবাদেৰে পেটত গামোচা বান্ধি পালন কৰে ৭৩ সংখ্যক দেশৰ স্বাধীনতা দিৱস । ।Body: উল্লেখ্য যে ১৯৮৫ চনতে প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয় চৰকাৰৰ সকলো নীতি নিয়ম পালন কৰাৰ পিছতো আজি পৰ্যন্ত নহল প্ৰাদেশিকৰণ। আনকি বিদ্যালয় খনৰ এজন শিক্ষক ও ধনৰ অভাৱত বিনা চিকিৎসা ই মৃত্যুবৰণ কৰিলে।ইফালে পঞ্চজ্যোতি মধ্য ইংৰাজী বিদ্যালয় খনৰো একে অৱস্থা । বছৰ বছৰ ধৰি এইখন বিদ্যালয় ও প্ৰাদেশিকৰণ নহল।যাৰ বাবে চৰকাৰে শিক্ষক সকলক কৰা লাঞ্ছনা বাঞ্চনাৰ প্ৰতিবাদত এনেদৰে ১৫ আগষ্টৰ দিনটোত দেশৰ জাতীয় পতাকাৰ তলত পেটত গামোচা মাৰি জাতীয় সংগীত প্ৰৰিবেশন কৰি স্বাধীনতা দিৱস উদযাপন কৰে।এতিয়া প্ৰশ্ন হয় এনে প্ৰেক্ষাপটত এই বিদ্যালয় সমূহৰ প্ৰাদেশিকৰণ হবগৈ কেতিয়া? তাক লৈ সৃষ্টি হৈছে ঘূৰ অনিশ্চয়তাৰ।Conclusion:Byte 1: শিক্ষক ৷
Byte 2: শিক্ষয়িত্ৰী ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.