ETV Bharat / state

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা

author img

By

Published : Oct 23, 2019, 10:41 PM IST

Updated : Oct 24, 2019, 12:53 PM IST

নাহৰকটীয়াত জয়পুৰ বন-কৰ্মী অভিযানত চালকসহ বালি কঢ়িয়াই নিয়া তিনিখন ডাম্পাৰ জব্দ ৷

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা

নাহৰকটীয়া,23 অক্টোবৰ: নাহৰকটীয়াত বালি মাফিয়াৰ দপদপনি ৷ অবৈধভাৱে বালি খনন কৰি একাংশ বালি মাফিয়া চলাই আছে ৰমৰমীয়া বেহা । উল্লেখযোগ্য যে, কিছু দিন ধৰি নাহৰকটীয়া তথা নাহৰকটীয়াৰ সমীপৰ বিভিন্ন অঞ্চলত কোনো চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধ ভাৱে বালি খনন কাৰ্য্য চলি আছিল ৷ এই বিষয়ে সম্ভেদ পাই বৃহস্পতিবাৰে জয়পুৰ বন কৰ্মী সকলে অভিযান চলাই চালকসহ তিনি খন বালি কঢ়িয়াই নিয়া ডাম্পাৰ জব্দ কৰে ৷

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা: বালি কঢ়িয়াই নিয়া তিনিখন ডাম্পাৰ জব্দ বন কৰ্মীৰ

Intro:নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহাঃ

নাহৰকটীয়াত বালি মাফিয়াৰ দপদপনি. অবৈধ ভাৱে বালি খনন কৰি একাংশ বালি মাফিয়া চলাই আছে ৰমৰমীয়া বেহা। উল্লেখযোগ্য যে অাজি কিছু দিন ধৰি নাহৰকটীয়া তথা নাহৰকটীয়াৰ ওচৰচুবুৰীয়াৰ বিভিন্ন আঞ্চলত কোনো পাৰ্মিট নোহোৱাকৈ অবৈধ ভাৱে বালি খনন কাৰ্য্য চলি আছিল আৰু তাৰে উমান পাই যোৱাকালি জয়পুৰ বন কৰ্মী সকলে অভিযান চলাই তিনি খন বালি কঢ়িয়াই নিয়া ডাম্পাৰ চালক সহ জব্দ কৰে.
Byte.... বন বিষয়া ।
Byte.... চালক ।Body:DoConclusion:Do
Last Updated : Oct 24, 2019, 12:53 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.