মৰাণ, 20 জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মাৰণাস্ত্ৰসহ ডিব্ৰুগড়ত আনলা (আদিবাসী নেচনেল লিবাৰেইচন আৰ্মি) ৰ বিদ্ৰোহী সেনা আৰক্ষীৰ জালত । ভাৰতীয় সেনা, অসম আৰক্ষী আৰু চি আৰ পি এফৰ নেতৃত্বত চলা এই অভিযানত ডিব্ৰুগড়ৰ মৰাণত গ্ৰেপ্তাৰ দুই আনলা কৰ্পৰেল । দুৰ্ধৰ্ষ আনলা সদস্য দুজনৰ পৰা সেনা বাহিনী আৰু আৰক্ষীয়ে এটা পইন্ট ৩২ এম এম পিষ্টল আৰু এটা পইন্ট ২২ এম এম পিষ্টল, দুটা মেগজিন, ১৩ জাই সক্ৰিয় গুলি, তিনিখন ধনদাবী পত্ৰ, দুযোৰ আৰ্মি সাজ, গ্ৰীণ বেল্ট দুডাল, ম'বাইল হেণ্ডছেট, দেশীয় আৰু বিদেশী টকা জব্দ কৰিছে । যোৰহাটৰ পৰা মৰাণলৈ বাছত আহি থকা অৱস্থাত মৰাণৰ চেপনত গ্ৰেপ্তাৰ হয় এই দুই আনলা সদস্য । গ্ৰেপ্তাৰ হোৱা আনলা সদস্য দুজন হৈছে স্বয়ম্ভু কৰ্পৰেল ৰমেন উৰাং আৰু দীপক বৰাক । ইয়াৰে ৰমেন উৰাঙৰ ঘৰ যোৰহাটৰ তিপমিয়া গাঁৱত । স্থানীয় সূত্ৰৰ খবৰৰ ভিত্তিত মৰাণ অঞ্চলত বাহৰ পাতি থকা আনলা বিদ্ৰোহীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে সেনাই এক প্ৰেছ বিবৃতিযোগে ।
মৰাণত আদিবাসী বিদ্ৰোহী সংগঠন 'আনলা'ৰ দুই দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ - ডিব্ৰুগড়ৰ মৰাণত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুই আনলা কৰ্পৰেল
ডিব্ৰুগড়ৰ মৰাণত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুই আনলা কৰ্পৰেল ৷ গ্ৰেপ্তাৰ হোৱা আনলা সদস্য দুজন হৈছে স্বয়ম্ভু কৰ্পৰেল ৰমেন উৰাং আৰু দীপক বৰা ৷
![মৰাণত আদিবাসী বিদ্ৰোহী সংগঠন 'আনলা'ৰ দুই দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ Moran Arrest two terrorist organisation AANLA Corporal with arms](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5779136-thumbnail-3x2-aanla.jpg?imwidth=3840)
মৰাণ, 20 জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মাৰণাস্ত্ৰসহ ডিব্ৰুগড়ত আনলা (আদিবাসী নেচনেল লিবাৰেইচন আৰ্মি) ৰ বিদ্ৰোহী সেনা আৰক্ষীৰ জালত । ভাৰতীয় সেনা, অসম আৰক্ষী আৰু চি আৰ পি এফৰ নেতৃত্বত চলা এই অভিযানত ডিব্ৰুগড়ৰ মৰাণত গ্ৰেপ্তাৰ দুই আনলা কৰ্পৰেল । দুৰ্ধৰ্ষ আনলা সদস্য দুজনৰ পৰা সেনা বাহিনী আৰু আৰক্ষীয়ে এটা পইন্ট ৩২ এম এম পিষ্টল আৰু এটা পইন্ট ২২ এম এম পিষ্টল, দুটা মেগজিন, ১৩ জাই সক্ৰিয় গুলি, তিনিখন ধনদাবী পত্ৰ, দুযোৰ আৰ্মি সাজ, গ্ৰীণ বেল্ট দুডাল, ম'বাইল হেণ্ডছেট, দেশীয় আৰু বিদেশী টকা জব্দ কৰিছে । যোৰহাটৰ পৰা মৰাণলৈ বাছত আহি থকা অৱস্থাত মৰাণৰ চেপনত গ্ৰেপ্তাৰ হয় এই দুই আনলা সদস্য । গ্ৰেপ্তাৰ হোৱা আনলা সদস্য দুজন হৈছে স্বয়ম্ভু কৰ্পৰেল ৰমেন উৰাং আৰু দীপক বৰাক । ইয়াৰে ৰমেন উৰাঙৰ ঘৰ যোৰহাটৰ তিপমিয়া গাঁৱত । স্থানীয় সূত্ৰৰ খবৰৰ ভিত্তিত মৰাণ অঞ্চলত বাহৰ পাতি থকা আনলা বিদ্ৰোহীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে সেনাই এক প্ৰেছ বিবৃতিযোগে ।
প্ৰতিবেদক মৰাণ :২০ জানুৱাৰী
মৰাণত আদিবাসী উগ্ৰপন্থী সংগঠন 'আনলা' দুটা দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনাবাহিনীৰ ৰাজপুতনা ৰেজিমেন্ট, চি আৰ পি এফ বাহিনী আৰু মৰাণ থানাৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা আনলা সদস্য দুটা হ'ল ৰমেন উৰাং(২৫) আৰু দীপক বৰা(২৬)।দুৰ্ধৰ্ষ আনলা সদস্য দুটাৰ পৰা সেনা বাহিনী আৰু আৰক্ষীয়ে এটা পইন্ট ৩২ এম এম পিষ্টল আৰু এটা পইন্ট ২২ এম এম পিষ্টল,দুটা মেগজিন,১৩ জাই সক্ৰিয় গুলি,তিনিখন ধনদাৱী পত্ৰ, দুযোৰ আৰ্মি সাজ।গ্ৰীণ বেল্ট দুডাল,ম'বাইল হেণ্ডছেট,দেশীয় আৰু বিদেশী টকা।যোৰহাটৰ পৰা মৰাণলৈ বাছত আহি থকা অৱস্থাত মৰাণৰ চেপনত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ আনলা সদস্য দুটা ।Body:ঐConclusion:ঐ
TAGGED:
terrorism arrest Moran