ETV Bharat / state

লাহোৱালত মনোনয়ন পত্ৰ দাখিল বিধায়ক বিনোদ হাজৰিকাৰ

সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ ৷ সহস্ৰাধিক বিজেপি কৰ্মীক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে বিধায়ক হাজৰিকাই ৷

author img

By

Published : Mar 8, 2021, 9:21 PM IST

mla-binod-hazarika-filled-nomination
লাহোৱালত মনোনয়ন পত্ৰ দাখিল

মৰাণ,8 মাৰ্চ : সহস্ৰাধিক বিজেপি কৰ্মীক লগত লৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই ৷ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত হোৱা এই মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত বিধায়ক বিনোদ হাজৰিকাক সংগ দিয়ে পূৰ্বৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে দলীয় কৰ্মীয়ে ।

mla-binod-hazarika-filled-nomination
লাহোৱালত মনোনয়ন পত্ৰ দাখিল

মনোনয়ন পত্ৰ দাখিল কৰি বিনোদ হাজৰিকাই কয় যে, বিগত নিৰ্বাচনতকৈ এইবাৰৰ নিৰ্বাচনৰ ফলাফল বেছি ভাল হ’ব । উল্লেখ্য যে, ইয়াৰ পূৰ্বে লাহোৱাল সমষ্টিৰ বিধায়ক আছিল ঋতুপৰ্ণ বৰুৱা । কিন্তু চাবুৱাত ঋতুপৰ্ণ বৰুৱাৰ জ্যেষ্ঠ ভাতৃক অসম গণ পৰিষদৰ পৰা টিকট দিয়াত টিকটৰ পৰা বঞ্চিত হয় প্ৰাক্তন বিধায়ক গৰাকী ।

লগতে পঢ়ক : আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকাৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.