ETV Bharat / state

Miscreants attack in Dibrugarh: গণেশ মূৰ্তি বিসৰ্জন দিয়াৰ সময়তে যুৱকক দুৰ্বৃত্তৰ আক্ৰমণ

ডিব্ৰুগড়ত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা (Miscreants attack in Dibrugarh) ৷ গণেশ মূৰ্তি বিসৰ্জন দিয়াৰ সময়তে সংঘটিত হয় এই ঘটনাটো ৷ বিসৰ্জনৰ মাজতে চহৰখনৰ অমৰাগুৰী অঞ্চলৰ বুকন দাস নামৰ যুৱকজনক আক্ৰমণ দুৰ্বৃত্তৰ ৷ ভিৰৰ সুযোগ লৈয়ে সংঘটিত কৰে আক্ৰমণৰ এই ঘটনাটো ৷

Terrible case occurred on the spot of Ganesh idol immersion
ডিব্ৰুগড়ত গণেশ মূৰ্তি বিসৰ্জন দিয়াৰ সময়তে যুৱকক দুৰ্বৃত্তৰ আক্ৰমণ
author img

By

Published : Sep 3, 2022, 9:31 AM IST

  • গণেশ মূৰ্তি বিসৰ্জনৰ মাজতে ডিব্ৰুগড়ত অঘটন
  • এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ (Miscreants attack on youth)
  • আক্ৰমণত গুৰুতৰভাৱে আহত অমৰাগুৰীৰ বুকন দাস নামৰ এজন যুৱক
  • মূৰ্তি বিসৰ্জনৰ সময়তে সংঘটিত হয় আক্ৰমণৰ এই ঘটনাটো
  • ৰাইজৰ ভিৰৰ সু্যোগ লৈয়ে দুৰ্বৃত্তই সংঘটিত কৰে এই আক্ৰমণ
  • গুৰুতৰভাৱে আহত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
  • উল্লেখ্য যে, চহৰখনত নিশা পৰ্যন্ত চলিছিল গণপতি বিসৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.