ETV Bharat / state

লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিনামূলীয়া মাস্ক বিতৰণ

author img

By

Published : Apr 25, 2021, 8:01 PM IST

কৰ'ণা মহামাৰী সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিশেষ পদক্ষেপ ৷ কৰ্মী সকলে ৰাইজৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ ৷

mask distribution at lahowal by bharatiya janata party youth morcha etv bharat news
লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিনামূলীয়া মাস্ক বিতৰণ

মৰাণ, 25 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৷ চৰকাৰ অথবা প্ৰশাসনে জনসাধাৰণক ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সদস্যসকলে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে এক কালৰূপ লোৱাৰ সময়তে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে প্ৰতিদিনে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি আহিছে ৷ দেওবাৰৰ দিনটোত লাহোৱাল মণ্ডলৰ যুৱমৰ্চাৰ সহযোগত লাহোৱালৰ জনসমাগম হোৱা অঞ্চল সমূহত মৰ্চাৰ কৰ্মী সকলে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে কৰ'ণা মহামাৰীৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : ফটোগ্ৰাফী গেলেৰীত আজিৰ বিষয় : সেউজী ধৰণী ধুনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.