ETV Bharat / state

মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

author img

By

Published : Feb 4, 2021, 10:18 PM IST

মৰাণত 873 গৰাকী ব্যক্তিৰ মাজত ভূমি পট্টা বিতৰণ ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ৷

Land holding Certificate distribution in presence of Minister Jogen Mohan etv bharat news
ভূমি পট্টা বিতৰণ

মৰাণ,4 ফেব্ৰুৱাৰী: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া লোকসকলৰ বাবে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিতে আনুষ্ঠানিকভাৱে প্ৰশাসনে হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰিছে ।

বৃহস্পতিবাৰে মৰাণ বিধানসভা সমষ্টিৰ ডিব্ৰুগড় জিলা পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 783 গৰাকী ভূমিহীন খিলঞ্জীয়া লোকৰ হাতত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ভূমি পট্টা প্ৰদান কৰে । উক্ত অনুষ্ঠানত লেজাই পঞ্চায়তৰ সভানেত্ৰী ৰিমা দাস, ডিব্ৰুগড় জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত, ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে বহু কেইজন দলীয় কৰ্মী আৰু চৰকাৰী বিষয়া উপস্থিত থাকে ৷

লগতে চাওকঃ কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.