ETV Bharat / state

ডিব্ৰুগড়ৰ টেঙাখাত ৰাজহ চক্ৰৰ উদ্যোগত ভূমি পট্টা প্ৰদান

author img

By

Published : Jan 30, 2021, 10:29 PM IST

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ উদ্যোগত শনিবাৰে কেইবাগৰাকী ভূমিহীন খিলঞ্জীয়াক ভূমি আবন্টন পত্ৰ আৰু পট্টা প্ৰদান কৰা হয় ।

Land holding Certificate distribution
ডিব্ৰুগড়ৰ টেঙাখাত ৰাজহ চক্ৰৰ উদ্যোগত ভূমি পট্টা প্ৰদান

মৰাণ, 30 জানুৱাৰী : ৰাজ্য় প্ৰান্তে প্ৰান্তে অব্যাহত আছে ভূমিহীন খিলঞ্জীয়াক মাটি পট্টা প্ৰদান প্ৰক্ৰিয়া ৷ এই উপলক্ষে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ উদ্যোগত শনিবাৰে আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷

কছাৰীপথাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই অনুষ্ঠানতে টেঙাখাত ৰাজহ চক্ৰৰ অধিনৰ কেইবাগৰাকী ভূমিহীন খিলঞ্জীয়াক ভূমি আবন্টন পত্ৰ আৰু পট্টা প্ৰদান কৰা হয়। অনুষ্ঠানত ভূমি পট্টা প্ৰদান কৰে ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যাম আদি ৷

লগতে পঢ়ক: কেৱল ভোটৰ বাবেই ১৭ হাজাৰ কোটি টকাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.