ETV Bharat / state

কাৰাগাৰত অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক শশী সেনচোৱা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে গুৰুতৰ ভাবে অসুস্থ । দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থ আছিল যদিও কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নকৰাৰ অভিযোগ কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

ETV BHARAT
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক
author img

By

Published : Mar 7, 2020, 9:08 PM IST

ডিব্ৰুগড়, 7 মাৰ্চঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক । ততাতৈয়াকৈ ভৰ্ত্তি কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়ত ।

KMSS Leader In Severe Condition At Dibrugar Jail
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক শশী সেনচোৱা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে । ততাতৈয়াকৈ তেওঁক ভৰ্ত্তি কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়ত । 'কা' বিৰোধী আন্দোলনত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তিৰ নেতা জনক । দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা শশী সেনচোৱাৰ বিশেষ চিকিৎসা প্ৰদান কৰা নাছিল বুলি সংগঠনটোৰ সদস্য সকলে অভিযোগ কৰে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে । যোৱা ১৮ জানুৱাৰীত গ্ৰেপ্তাৰ হৈছিল শশী সেনচোৱা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.