ETV Bharat / state

বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতিৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ জয়পুৰ আছুৰ

author img

By

Published : Feb 3, 2020, 9:39 AM IST

সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত 2019 চনত জয়পুৰ শাখা ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল আছু জয়পুৰ শাখাৰ প্ৰাক্তন উপ সভাপতি গ্ৰীণচন মেচক ৷

JOYPURE AASU OBJECTION AGAINST  BJP YOUTH LEADER FACEBOOK POST
বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতি তৰংগ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ জয়পুৰ আছুৰ

ডিব্ৰুগড়, 3 ফ্ৰেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ বিজেপি দলে বিভ্ৰান্তিমূলক মন্তব্য প্ৰদানৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ জয়পুৰ শাখাৰ ৷ জয়পুৰ শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি কোঁ‌ৱৰ আৰু সাধাৰণ সম্পাদক চিন্ময় চেতিয়াই এক প্ৰেছ বিবৃত্তিৰ যোগে সদৰি কৰে যে 1 ফেব্ৰুৱাৰীত জয়পুৰত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ মণ্ডলৰ নৱ নিৰ্বাচিত সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত জয়পুৰ শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি গ্ৰীণচন মেচ, প্ৰাক্তন সহ সাধাৰণ সম্পাদক মানসজ্যোতি দত্ত আৰু প্ৰাক্তন কাৰ্যনিৰ্বাহক সৌৰভ সুত্ৰধৰে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰা বুলি বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি তৰংগ গগৈয়ে ফেচবুকত উল্লেখ কৰে ৷ বিজেপি যুৱ মৰ্চাৰ কাৰ্যক সহজভাৱে ল'ব পৰা নাই জয়পুৰ শাখা ছাত্ৰ সন্থাই ।

সংগঠনটোৱে বিবৃত্তিত উল্লেখ কৰে যে, তৰংগ গগৈয়ে দিয়া ফেচবুক পোষ্টটোত আছু জয়পুৰ শাখাৰ প্ৰাক্তন উপ সভাপতি বুলি উল্লেখ কৰা গ্ৰীণচন মেচক সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে 2019 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জয়পুৰ শাখা ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছিল । আনহাতে প্ৰাক্তন সহ সাধাৰণ সম্পাদক আৰু প্ৰাক্তন কাৰ্যনিৰ্বাহক হিচাপে উল্লেখ কৰা ক্ৰমে মানসজ্যোতি দত্ত আৰু সৌৰভ সুত্ৰধৰ কোনোদিনেই জয়পুৰ শাখা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া নাছিল ৷ জয়পুৰ শাখা ছাত্ৰ সন্থাই প্ৰেছ বিবৃত্তিৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এনে অপপ্ৰচাৰ আৰু বিভ্ৰান্তিমূলক মন্তব্যৰ পৰা বিৰত থাকিবলৈ বিজেপিক সকীয়াই দিয়ে ।

Intro:বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতি তৰংগ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ জয়পুৰ আছুৰঃ

জয়পুৰ শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি কোঁ‌ৱৰ আৰু সাধাৰণ সম্পাদক চিন্ময় চেতিয়াৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিবৃত্তিৰ যোগেদি জানিবলৈ দিয়ে যে যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে জয়পুৰত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ ১২০ নং নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ মণ্ডলৰ নৱ নিৰ্বাচিত সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত জয়পুৰ শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি গ্ৰীণচন মেচ,প্ৰাক্তন সহঃসাঃ সম্পাদক মানসজ্যোতি দত্ত আৰু প্ৰাক্তন কাৰ্যনিৰ্বাহক সৌৰভ সুত্ৰধৰে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি তৰংগ গগৈয়ে ফেচবুকত চলোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই জয়পুৰ শাখা ছাত্ৰ সন্থাই। সংগঠনটোৱে বিবৃত্তিত উল্লেখ কৰে যে, তৰংগ গগৈয়ে দিয়া ফেচবুক পোষ্টটোত আছু জয়পুৰ শাখাৰ প্ৰাক্তন উপ-সভাপতি বুলি উল্লেখ কৰা গ্ৰীণচন মেচক সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই জয়পুৰ শাখা ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অন্যহাতে উক্ত ফেচবুক পষ্টটোত প্ৰাক্তন সহঃসাধাৰণ সম্পাদক আৰু প্ৰাক্তন কাৰ্যনিৰ্বাহক হিচাপে জাহিৰ কৰা ক্ৰমে মানসজ্যোতি দত্ত আৰু সৌৰভ সুত্ৰধৰ কোনো কালেই জয়পুৰ শাখা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াই নাছিল বুলি বিবৃত্তিত উল্লেখ কৰে। গতিকে এনে পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এনে অপপ্ৰচাৰ আৰু বিভ্ৰান্তিমূলক মন্তব্যৰ পৰা বিৰত থাকিবলৈ জয়পুৰ শাখা ছাত্ৰসন্থাই এই প্ৰেছ বিবৃত্তিৰ জৰিয়তে বিজেপিক সকীয়নি প্ৰদান কৰিছে।
-----Minhaj Ahmed, NaharkatiaBody:DOConclusion:DO

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.