ETV Bharat / state

ডিব্ৰুগড়ত বাতিল কৰা হৈছে সকলো বিমানৰ উৰণ আৰু অৱতৰণ

author img

By

Published : Dec 12, 2019, 12:06 PM IST

Updated : Dec 12, 2019, 1:25 PM IST

flight cancel in dibrugarh airport
ডিব্ৰুগড়ত বাতিল বিমান সেৱা

11:52 December 12

বৰঝাৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড়লৈ আৰু ইম্ফললৈ যাব লগীয়া সকলো বিমানৰ উৰণ-অৱতৰণ বাতিল

  • ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত বাতিল কৰা হৈছে সকলো বিমানৰ উৰণ আৰু অৱতৰণ  
  • বৰঝাৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড়লৈ আৰু ইম্ফললৈ যাব লগীয়া সকলো বিমানৰ উৰণ-অৱতৰণ বাতিল
  • বাতিল হৈছে আগৰতলা আৰু কলিকতাৰো দুই এখন বিমান
  • বৰঝাৰ বিমানবন্দৰৰ পৰা ৪ খন বিমানৰ উৰণ আৰু ৫ খন বিমানৰ অৱতৰণ বাতিল
  • 6E 0112,SG 3747,6E 0186,SG 3320 নং বিমান কেইখনৰ উৰণ বাতিলৰ লগতে SG 3748,6E 0119,SG 3319,6E 0187,6E 0573 নং বিমানৰ অৱতৰণ বাতিল  হৈছে বৰঝাৰত 

Intro:Body:

Ocvo..ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত বাতিল কৰা হৈছে সকলো বিমানৰ উৰণ অৱতৰন । বৰঝাৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড়লৈ আৰু ইম্ফললৈ যাব লগীয়া সকলো বিমানৰ উৰন-অৱতৰন বাতিল কৰাৰ আগৰতলা আৰু কলিকতাৰো দুই এখন বিমান বাতিল হৈছে । বৰঝাৰ বিমানবন্দৰৰ পৰা ৪খন বিমানৰ উৰণ বাতিল আনহাতে ৫খন বিমানৰ অৱতৰন বাতিল । 6E 0112,SG 3747,6E 0186,SG 3320 বিমানৰ উৰণ বাতিলৰ লগতে SG 3748,6E 0119,SG 3319,6E 0187,6E 0573নংৰ অৱতৰন বাতিল কৰা হৈছে বৰঝাৰত ।

Conclusion:
Last Updated : Dec 12, 2019, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.