ETV Bharat / state

ডিব্ৰুগড়ত বিদায় সম্বৰ্ধনা প্ৰাক্তন উপদেষ্টা গোবিন ফুকনক

author img

By

Published : Dec 15, 2020, 10:34 PM IST

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত মংগলবাৰে এখন বিদায় অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠান খনত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা গোবিন ফুকনক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷

Farewell to AASU adviser Gobin Phukan at Moran
ডিব্ৰুগড়ত বিদায় সম্বৰ্ধনা প্ৰাক্তন উপদেষ্টা গোবিন ফুকনক

ডিব্ৰুগড়,15ডিচেম্বৰ: মংগলবাৰে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় এখন বিদায় সম্বৰ্ধনা অনুষ্ঠান । এই অনুষ্ঠানত চৰাইদেউ জিলাৰ সকলো আঞ্চলিকৰ লগতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা গোবিন ফুকনক বিদায় সম্বৰ্ধনা জনোৱা হয় । ফুলাম গামোচা,চেলেং চাদৰ আৰু সঁফুৰাই প্ৰাক্তন উপদেষ্টা জনক সম্বৰ্ধনা জনোৱাৰ পাছতে প্ৰাক্তন আছু নেতা জন আবেগিক হৈ পৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে,১০ ডিচেম্বৰত গোবিন ফুকনে আছুৰ পৰা পদত্যাগ কৰিছিল । এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মানিক গগৈকে ধৰি বহু কেইজন আছুৰ কেন্দ্ৰীয় আৰু জিলা নেতৃত্ব উপস্থিত আছিল ।

অন্য এক খবৰৰ বাবে: তৃতীবাৰৰলৈ চেল্ফ আইচ'লেচনত ইজৰালৰ প্ৰধান মন্ত্ৰী বেন্জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.