ETV Bharat / state

সাপেখাতীত দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহৃত বিস্ফোৰক উদ্ধাৰ

author img

By

Published : Apr 22, 2022, 10:02 PM IST

চৰাইদেউত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বিস্ফোৰক সামগ্ৰী (Explosive material used in second world war) ৷ এজন লোকৰ বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছে সামগ্ৰীবিধ ৷

Explosive material used in second world war
চৰাইদেউৰ সাপেখাতীত দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহৃত বিস্ফোৰক উদ্ধাৰ

মৰাণ, 22 এপ্ৰিল: চৰাইদেউ জিলাৰ সাপেখাতীৰ মাজমজিয়াৰ এখন ঘৰৰ চৌহদত উদ্ধাৰ হয় দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ হোৱা মৰ্টাৰ নামৰ এক বিস্ফোৰক সামগ্ৰী (Explosive material used in second world war) ৷ সাপেখাতীৰ ৰনদ্বীপ দত্ত নামৰ এজন যুৱকে যোৱা ১২ এপ্ৰিলত নিজৰ চৌহদতে ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিবৰ বাবে খুঁটাৰ গাঁত খান্দি থকা অৱস্থাতে উদ্ধাৰ হয় এই বিস্ফোৰক সামগ্ৰীবিধ ৷

যুৱকজনে বিস্ফোৰক সামগ্ৰীবিধ উদ্ধাৰ কৰি সযতনে ৰাখে আৰু শুকুৰবাৰে সাপেখাতী আৰক্ষীক চমজাই দিয়ে ৷

লগতে পঢ়ক: পাঠ্যক্ৰমত লাচিত বৰফুকন : সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ড৹ শৰ্মাৰ চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.