ETV Bharat / state

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক - Education minister sudden visit dibrugarh

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ছাডেন ভিজিট ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক
author img

By

Published : Nov 22, 2019, 5:45 PM IST

ডিব্ৰুগড়, 22 নৱেম্বৰঃ ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ছাডেন ভিজিট ৷ বিদ্যালয়ত মধ্যাহ্ন ভোজন বিতৰণক লৈ ব্যাপক বিসংগতি,তীব্ৰ অসন্তুষ্টি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

খঙত অগ্নিশৰ্মা শিক্ষামন্ত্ৰীৰ বিদ্যালয়ৰ ভিতৰতে প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষক ধমক ৷ তেওঁ খঙত খৰ্গহস্ত হৈ ক'লে লোৱা হ'ব ইয়াৰ ব্যৱস্থা ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

সংবাদ মাধ্যমৰ আগত বিদ্যালয়কেইখনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ মধ্যাহ্ন ভোজনক লৈ ব্যাপক অনিয়ম হোৱা বুলি প্ৰকাশ ৷

ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ধমক শিক্ষকক

লগতে চাওকঃগোৱালপাৰাত যৌন নিৰ্যাতন বিষয়ত সজাগতমূলক সভা

Intro:ডিব্ৰুগড়ত শিক্ষামন্ত্ৰীৰ ছাডেন ভিজিট, বিদ্যালয়ত মধ্যাহ্ন ভোজন বিতৰণত ব্যাপক বিসংগতি,তীব্ৰ অসন্তুষ্টি মন্ত্ৰী ভট্টৰ।
দেখি হতবাক শিক্ষামন্ত্ৰী,অখাদ্য খোৱাইছে ছাত্ৰ ছাত্ৰীক,বিদ্যালয়তে পচিছে লাখ লাখ টকাৰ চাউল।বিদ্যালয়ে বিদ্যালয়ে মজুত অত্যাধিক চাউলৰ হিচাপ দেখি হতবাক মন্ত্ৰী।

প্ৰতি সপ্তাহত খোৱাব লগা পুষ্টিকৰ কণী খুৱাই মাহৰ মূৰত কণ কণ ছাত্ৰ ছাতীক।বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউলত ওলাল পইতাচোৰা আৰু নিগনী বাহঁ।
ইফালে
ছাত্ৰ ছাত্ৰীৰ বাবে সৰ্বশিক্ষাই যোগান ধৰা মূল্যালয়ণ বহীতো ওলাইছে চাউল দাইলৰ হিচাপ।

খঙত অগ্নিশৰ্মা শিক্ষামন্ত্ৰীৰ বিদ্যালয়ৰ ভিতৰতে প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষক ধমক।খঙত খৰ্গহস্ত হৈ ক'লে লোৱা হ'ব ব্যৱস্থা।
মাত্ৰ দুখনমান বিদ্যালয় ভিজিততে এনে ব্যৱস্থা দেখি মন্ত্ৰীৰ প্ৰতিক্ৰিয়া।

Byte:মন্ত্ৰী

উল্লেখ্য যে শুক্ৰবাৰে হঠাৎ মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ বিদ্যালয়ে বিদ্যালয়ে শিক্ষামন্ত্ৰীৰ সিদ্ধাৰ্থ ভট্ট।বিশেষ ভাৱে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বিতৰণ ব্যৱস্থা নিজ চকুৰে প্ৰতক্ষ্য আৰু অনুসন্ধান চলোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীৰ আছিল এই ছাডেন ভিজিট।

Byte:মন্ত্ৰী

পুৱাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টই লাহোৱাল ব্লকৰ অধীনৰ গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়,পল্টন বজাৰ প্ৰাথমিক বিদ্যালয়, বৰবাৰি প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ত মন্ত্ৰীগৰাকীৰ এই ছাডেন ভিজিট।
কেৱল ডিব্ৰুগড়ৰেই নহয়, অসমৰ প্ৰত্যেক জিলালৈ যাব মন্ত্ৰী এনেদৰে।এই ব্যৱস্থাৰ বিৰুদ্ধে অভিভাৱকৰ হস্তক্ষেপো বিচাৰিল মন্ত্ৰীয়ে।

পাছে লক্ষ্যণীয় যে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা ব্যক্তিগতকৰণ কৰি NGO ক গতাই দিয়া আৰু সেই খাদ্যৰ গুণগত মানক লৈ ৰাজ্যত বিৰোধীতা, প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চৰকাৰৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে বিশেষভাবে স্কুলৰ মধ্যাহ্ন ভোজন ব্যৱস্থাৰ অনুসন্ধান কিয় চলাব লগা হ'ল,ৰৈ গ'ল প্ৰশ্ন।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Body:DoConclusion:Do

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.