ডিব্ৰুগড়, 5 ছেপ্তেম্বৰঃ উজনি অসমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া-কৰ্মচাৰী সমাজে মুখ্যমন্ত্ৰী বান সাহাৰ্য পুঁজিলৈ 15 লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে ৷ দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত বিশ্ববিদ্যালয়খনৰ হৈ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলী, পঞ্জীয়ক ডঃ এইচ চি মহন্ত, যুটীয়া পঞ্জীয়ক পৰমানন্দ সোণোৱাল আৰু বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ সম্পাদক তাৰানাথ দুৱৰাই এই ধনৰাশি প্ৰদান কৰে । বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা, বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাই ঐক্যবদ্ধভাৱে প্ৰদান কৰা এই পুঁজিৰ জৰিয়তে শেহতীয়াকৈ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকৰ সহায়ৰ বাবে কিঞ্চিত হ'লেও উপকৃত হিচাপে পৰিগণিত হ'ব আশা প্ৰকাশ কৰিছে বিজ্ঞ মহলে ৷
মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুঁজিলৈ অনুদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
উজনি অসমৰ উচ্চ শিক্ষাৰ বাটকটীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্যমন্ত্ৰী বান সাহাৰ্য পুঁজিলৈ আৰ্থিক অনুদান প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া-কৰ্মচাৰীবৃন্দৰ ৷
ডিব্ৰুগড়, 5 ছেপ্তেম্বৰঃ উজনি অসমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া-কৰ্মচাৰী সমাজে মুখ্যমন্ত্ৰী বান সাহাৰ্য পুঁজিলৈ 15 লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে ৷ দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত বিশ্ববিদ্যালয়খনৰ হৈ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলী, পঞ্জীয়ক ডঃ এইচ চি মহন্ত, যুটীয়া পঞ্জীয়ক পৰমানন্দ সোণোৱাল আৰু বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ সম্পাদক তাৰানাথ দুৱৰাই এই ধনৰাশি প্ৰদান কৰে । বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা, বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাই ঐক্যবদ্ধভাৱে প্ৰদান কৰা এই পুঁজিৰ জৰিয়তে শেহতীয়াকৈ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকৰ সহায়ৰ বাবে কিঞ্চিত হ'লেও উপকৃত হিচাপে পৰিগণিত হ'ব আশা প্ৰকাশ কৰিছে বিজ্ঞ মহলে ৷
উজনিৰ উচ্চ শিক্ষাৰ বাটকটীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্যমন্ত্ৰী বান সাহাৰ্য পুজিলৈ আৰ্থিক অনুদান।মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ ১৫লাখ টকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া-কৰ্মচাৰী বৃন্দৰ।মুখ্যমন্ত্ৰী কাৰ্যলয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ উপাচাৰ্য ড°ৰঞ্জিত তামুলী, পঞ্জীয়ক ড° এইচ চি মহন্ত, যুটীয়া পঞ্জীয়ক পৰমানন্দ সোনোৱাল আৰু বিশ্ববিদ্যালয়ৰ বিষয়া সন্হাৰ সম্পাদক তাৰানাথ দুৱৰাই এই ধনৰাশি প্ৰদান কৰে।বিশ্ববিদ্যালয়ৰ শিক্ষক সন্হা,বিশ্ববিদ্যালয়ৰ বিষয়া সন্হা আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্হাই ঐক্যবদ্ধ ভাবে মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুজিলৈ ১৫লাখ টকাৰ চেক প্ৰদান কৰি এই ধন ৰাখিৰ জৰিয়তে শেহতীয়াকৈ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকৰ সহায়ৰ বাবে কিঞ্চিত হলেও উপকৃত হব বুলি আশা কৰে।Body:DoConclusion:Do