- ডিব্ৰুগড় চহৰত পৰিস্থিতি অতি ভয়াৱহ
- চত্ৰভংগ দিয়া প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৰাজপথ, ৰেলপথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ
- প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে ৰে'লপথ
- মুখ্যমন্ত্ৰীৰ গৃহতো প্ৰতিবাদকাৰীৰ আক্ৰমণ লগতে বিধায়ক আৱাস, RSS কাৰ্যালয়তো আক্ৰমণ প্ৰতিবাদকাৰীৰডিব্ৰুগড় প্ৰতিবাদ
- ঘন্টাৰ ভিতৰতে ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা
- গুলীচালনাত গুৰুত্বৰভাৱে আহত 14 জন প্ৰতিবাদকাৰী
- প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতিত আহত হয় জিলাখনৰ ভাৰপ্ৰাপ্ত বিষয়া
- অনিৰ্দিষ্ট কাললৈ জিলাখনৰ বিমান সেৱা, ৰেল সেৱা বন্ধ
ক্ৰমাৎ ভয়াৱহ ডিব্ৰুগড়ৰ পৰিস্থিতি - ক্ৰমাৎ ভয়াৱহ ডিব্ৰুগড়ৰ পৰিস্থিতি
মুখ্যমন্ত্ৰীৰ গৃহতো প্ৰতিবাদকাৰীৰ আক্ৰমণ লগতে বিধায়ক আৱাস, RSS কাৰ্যালয়তো আক্ৰমণ প্ৰতিবাদকাৰীৰ ৷ ঘন্টাৰ ভিতৰতে ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ প্ৰতিবাদকাৰী
![ক্ৰমাৎ ভয়াৱহ ডিব্ৰুগড়ৰ পৰিস্থিতি প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5350407-thumbnail-3x2-l.jpg?imwidth=3840)
ডিব্ৰুগড় প্ৰতিবাদ
- ডিব্ৰুগড় চহৰত পৰিস্থিতি অতি ভয়াৱহ
- চত্ৰভংগ দিয়া প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৰাজপথ, ৰেলপথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ
- প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে ৰে'লপথ
- মুখ্যমন্ত্ৰীৰ গৃহতো প্ৰতিবাদকাৰীৰ আক্ৰমণ লগতে বিধায়ক আৱাস, RSS কাৰ্যালয়তো আক্ৰমণ প্ৰতিবাদকাৰীৰডিব্ৰুগড় প্ৰতিবাদ
- ঘন্টাৰ ভিতৰতে ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা
- গুলীচালনাত গুৰুত্বৰভাৱে আহত 14 জন প্ৰতিবাদকাৰী
- প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতিত আহত হয় জিলাখনৰ ভাৰপ্ৰাপ্ত বিষয়া
- অনিৰ্দিষ্ট কাললৈ জিলাখনৰ বিমান সেৱা, ৰেল সেৱা বন্ধ
Intro:Body:
Conclusion:
DIBRUGARH OVER ALL SITUATION
Conclusion:
Last Updated : Dec 12, 2019, 5:06 PM IST