ETV Bharat / state

ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছ সহ এজন আৰক্ষীৰ জালত - মিলন নগৰ আৰক্ষীক

ৰাজু গগৈ নামৰ ব্যক্তি জনৰ পৰা ড্ৰাগছৰ সহিতে ৰাইফলৰ এটা সক্ৰিয় গুলীও উদ্ধাৰ ৷

A_dib_806to810_drugs_7203913
ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছ সহ এজন আৰক্ষীৰ জালত
author img

By

Published : May 18, 2020, 9:09 PM IST

ডিব্ৰুগড়ত,18মেঃ লক ডাউনৰ মাজতে ডিব্ৰুগড়ত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন ৷ ড্ৰাগছৰ লগতে ৰাইফলৰ এটা সক্ৰিয় গুলীও জব্দ কৰা হৈছে লোকজনৰ পৰা।স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰা লোকজনক মিলন নগৰ আৰক্ষীক গতাই দিয়া হয়। জানিব পৰা মতে ৰাজু গগৈ নামৰ এইজন RIBN ৰ জোৱানে ড্ৰাগছখিনি লৈ গৈ আছিল, ৰাইজৰ সন্দেহ হোৱাত লকজনক জেৰা কৰোতে ওলাই পৰে সকলো তথ্য।

ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছ সহ এজন আৰক্ষীৰ জালত

ডিব্ৰুগড়ৰ কাছাৰবাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জোৱান জন। মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড়ৰ লক্ষীনগৰৰ গৃহৰ প্ৰায় কাষতে সংঘটিত হৈছে এই ঘটনা। উল্লেখ যে পূৰ্বতেও ডিব্ৰুগড় আৰক্ষীয়ে উক্ত ঠাইতে অভিযান চলাই জব্দ কৰিছিল প্ৰায় তিনি কিলোগ্ৰাম হিৰোইন।

লগতে পঢ়কঃ আমফান"ৰ স্থিতিকলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.