অৱশেষত ট্ৰেংকুলাইজ কৰি নাহৰফুটুকীটোক লৈ যোৱা হয় জয়পুৰ সংৰক্ষিত বনাঞ্চললৈ ৷ উপযুক্ত চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হয় বনৰজাক ...
শিয়ালৰ ফান্দত পৰিল বনৰজা - শিয়ালৰ ফান্দত পৰিল বনৰজা
ডিব্ৰুগড়ৰ জকাইথান গাঁৱত মঙলবাৰে পুৱাই লাগিল হুৱাদুৱা ৷ শিয়াললৈ পতা ফান্দত পৰিল প্ৰকাণ্ড নাহৰফুটুকীটো ৷ চাতিম্বৰ চুতীয়াৰ ঘৰৰ চিটিকাত বন্দী হৈ চটফটাইছে বনৰজাই.....অৱশেষত ?
চিটিকাত বন্দী হৈ চটফটালে বনৰজাই
অৱশেষত ট্ৰেংকুলাইজ কৰি নাহৰফুটুকীটোক লৈ যোৱা হয় জয়পুৰ সংৰক্ষিত বনাঞ্চললৈ ৷ উপযুক্ত চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হয় বনৰজাক ...
Intro:
গৰালত হাঁহ ধৰিবলৈ আহি ফান্দত পৰিল বনৰজা । ডিব্ৰুগড়ৰ জকাই থান গাঁওত
চাতিম্বৰ চুতীয়াৰ বাসগৃহত পাতিছিল ছিতিকা।চাতিম্বৰ চুতীয়া নামৰ লোক জনে ঘৰৰ হাহৰ গৰালত শিয়াল-হেপাহৰ বাবে পাতি থৈছিল গ্ৰাম্য অঞ্চলত ব্যৱহৃত থলুৱা ভাবে নিৰ্মিত ফান্দ।নিশা প্ৰায় ১ বজাত হাঁহ ধৰিবলৈ আহি শিয়ালৰ বাবে পাতি থোৱা উক্ত ফান্দ তথা ছিটিকাত লাগি ধৰে প্ৰকাণ্ড নাহৰফুটুকী বাঘটো । প্ৰকাণ্ড নাহৰফুটুকী বাঘ আবদ্ধ হোৱাৰ কথা জানিব পাৰি ঘৰৰ গৃহস্থৰ লগতে স্থানীয় ৰাইজৰ মাজত উৰে নিশা এক আতংকময় পৰিস্থিতি সৃষ্টি হয় । পুৱা বন বিভাগক খৱৰ দিয়াৰ পিছতে গুইজানৰ পৰা অহা এটা বিশেষজ্ঞ দলে বাঘটো টেংকুলাইজ কৰি অৱশ কৰে। ইফালে বাঘ চাবলৈ গৃহস্তৰ ঘৰত সমাগম হয় অসংখ্য লোকৰ ।
অৱশেষত, টেংকুলাইজাৰ কৰি বাঘটো অৱশ কৰিবলৈ সক্ষম হয় বন বিভাগে।বন বিভাগে বাঘটো চিকিৎসা কৰাৰ পাছত জয়পুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰাৰ বাবে লৈ যায়।আনহাতে বৃহত্তৰ জকাই অঞ্চলত দীৰ্ঘদিন ধৰি কেইবাটাও বাঘে জনসাধাৰণৰ পোহনীয়া জীৱ-জন্তু গৰু,হাহ,ছাগলী,কুকুৰা আদি ভক্ষণ কৰি উপদ্ৰপ চলাই আহিছিল।বিভিন্ন সময়ত বনবিভাগক অৱগত কৰাৰ পাছতো কোনো প্ৰদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজে নিজে পুৰণি কলীয়া ছিটিকা নিৰ্মাণ কৰি বাঘ খেদাৰ তথা বাঘ ধৰাৰ প্ৰচেষ্টা কৰি আহিছে।অৱশেষত যোৱা নিশাও চাতিম্বৰ চুতীয়া নামৰ লোক জনৰ বাসগৃহত কেইবাটাও হাহ ভক্ষণ কৰি গড়ালৰ পৰা উলাই অহা অৱস্থাত ছিটিকাত লাগিল বাঘটো।উল্লেখযোগ্য যে, জকাইত পূৰ্বে বাঘে কেইবাজনো লোকক পৃথকে পৃথকে আক্ৰমণ কৰি আহত কৰিছিল।Body:DoConclusion:Do