ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ ৷ মঙলবাৰে ডিব্ৰুগড়ৰ ন্যায়ালয়ৰ চৌহদত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আগবঢ়াই নিব বুলি মন্তব্য উকীল সন্থাৰ সম্পাদক সত্যব্ৰত শৰ্মাৰ ৷

DIBRUGARH LAWYER ASSOCIATION PROTEST
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ
author img

By

Published : Dec 17, 2019, 5:19 PM IST

ডিব্ৰুগড়, 17 ডিচেম্বৰ : মঙলবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ন্যায়ালয়ৰ চৌহদত উকীল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইনক উদ্দেশ্যি ডিব্ৰুগড়ৰ উকীল সন্থাই এক সংবাদমেলৰ আয়োজন কৰে ৷ ডিব্ৰুগড়ৰ উকীল সন্থাৰ সম্পাদক সত্যব্ৰত শৰ্মাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আগবঢ়াই নিব বুলি সংবাদমেলত মন্তব্য কৰে । ডিব্ৰুগড় উকীল সন্থাৰ জেষ্ঠ অধিবক্তা তথা সম্পাদক অজিত বৰগোঁহাঞি আৰু বহু অধিবক্তা উপস্থিত থাকে ৷ সংবাদমেল যোগে সিদ্ধান্ত গ্ৰহণ কৰি সত্যব্ৰত শৰ্মাই কয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলক বিনামূলীয়াকৈ আইনী সহায় আগবঢ়াব আৰু আছুৰ আহ্বান ৰক্ষা কৰি ডিব্ৰুগড়ৰ আছুলৈ আন্দোলনৰ সহযোগিতাৰ অৰ্থে উকীল সন্থাৰ তৰফৰ পৰা 50 হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াব ৷

আৰু পঢ়ক : আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

Intro:Body:

ডিব্ৰুগড়ৰ উকীল সন্থাইও আগবঢ়াই নিব কা বিৰুধী আন্দোলন।

এই উদেশ্য কালি ডিব্ৰুগড়ৰ উকীল সন্থাৰ এখন জৰুৰী সাধাৰণ সভা

সভাৰ উদেশ্য ব্যাখ্যা সম্পাদক সত্যব্ৰত শৰ্মাৰ।উপস্থিত সন্থাৰ জেষ্ঠ অধিবক্তা তথা সম্পাদক অজিত বৰগোহাঞি আৰু বহু অধিবক্তা 

 এখন জৰুৰী সাধাৰণ সভা যোগে সিদ্ধান্ত গ্ৰহণ:

1/কা বিৰুধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলক বিনামূলীয়াকৈ  আইনী সহায় আগবঢ়াব।

2/আছুৰ আহ্বান ৰক্ষা কৰি

ডিব্ৰুগড় আছুলৈ আন্দোলনৰ সহযোগিতাৰ অৰ্থে উকীল সন্থাৰ তৰফৰ পৰা 50 হাজাৰ টকাৰ আৰ্থিক অনুদান,

3/ আজি দিনৰ 11ৰ পৰা দুই বজাৰ ভিতৰত কাৰ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ ন্যায়ালয়ৰ চৌহদত বহি কা বিৰুধী অবস্থান ধৰ্মঘট

4/লগতে আজিৰ জৰুৰী সভাত 

জেষ্ঠ অধিবক্তা আইনজ্ঞ যোগেন বৰাই তথ্য সহকাৰে ভাষণত  প্ৰকাশ কৰে যে বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগোলেইচন আইন 1873 ৰ অধিনতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা অসমত ব্ৰিটিছ আমোলতে অসমত,

কিন্তু পাছত এইখন উঠাই দিয়া হৈছিল,কিন্তু পুনৰ 1984ৰত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা অসমত কৰাৰ চেষ্টা কৰা হৈছিল।কিন্তু ই কাৰ্যত পৰিণত ন'হল।

সেই ব্যৱস্থা পুনৰ বাহল কৰিবলৈ অচিৰেই দল সংগঠন সহ লোক লগ হৈ এক সভাৰ আহ্বান কৰিব।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.