ETV Bharat / state

কৰ'ণাৰ আতংকঃ এসপ্তাহলৈ বন্ধ ন্যায়ালয়ৰ কাম-কাজ - এসপ্তাহলৈ বন্ধৰ ডিব্ৰুগড়ৰ আদালতৰ কাম, হাজিৰ হ'ব নালাগে আচামীও

ডিব্ৰুগড়ৰ বাৰ এছ'চিয়েচন আৰু ন্যায়ালয়ৰ মাজত আলোচনাৰ পাছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্যে জামিন আদিৰ দৰে জৰুৰী বিষয় ন্যায়ালয়ে গ্ৰহণ কৰিব বুলি জনাই বাৰ এছ'চিয়েচনে।

dibrugarh court will closed for next 7 days
এসপ্তাহলৈ বন্ধ ন্যায়ালয়ৰ কাম-কাজ
author img

By

Published : Mar 17, 2020, 2:31 PM IST

Updated : Mar 17, 2020, 2:53 PM IST

ডিব্ৰুগড়, 17 মাৰ্চঃ এসপ্তাহলৈ বন্ধ হ'ল ডিব্ৰুগড়ৰ আদালতৰ কাম-কাজ । হাজিৰৰ নিৰ্দেশনা থাকিলেও আচামী উপস্থিত নহ'লে লোৱা নহয় আচামীৰ ওপৰত কোনো ন্যায়িক ব্যৱস্থা । তাৰিখৰ ব্যৱস্থা জড়িত থকা বাবে ৰাইজলৈও বিষয়টো স্পষ্ট কৰি বাৰ এচচিয়েছনৰ অনুৰোধ এই সপ্তাহৰ কাৰণে ন্যায়লয়লৈ আহিব নালাগে । ইয়াৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়।

এসপ্তাহলৈ বন্ধ ন্যায়ালয়ৰ কাম-কাজ
কোৰণাক লৈ এই সিদ্ধান্ত বাৰ এছ'চিয়েচনৰ । ডিব্ৰুগড়ৰ বাৰ এছ'চিয়েচন আৰু ন্যায়ালয়ৰ মাজত আলোচনাৰ পাছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্যে জামিন আদিৰ দৰে জৰুৰী বিষয় ন্যায়ালয়ে গ্ৰহণ কৰিব বুলি জনাই বাৰ এছ'চিয়েচনে।

Last Updated : Mar 17, 2020, 2:53 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.