ETV Bharat / state

ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1

শুকুৰবাৰে ডিব্ৰুগড়ৰ বাণীপুৰত এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় ৰাজেশ ৰবিদাস নামৰ এজন ষাঠি উৰ্দ্ধৰ লোকে ৷

author img

By

Published : Mar 22, 2019, 7:53 PM IST

ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1
  • ডিব্ৰুগড়ৰ বাণীপুৰত শোকাৱহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে মৃত্যু বাণীপুৰৰ ৰাজেশ ৰবিদাস ( 60 )
  • ব্যক্তিজনৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায় তীব্ৰবেগী বাহন
  • ঘটনা সংঘটিত কৰিপলায়ন কৰে বাহনখন
    ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1

  • ডিব্ৰুগড়ৰ বাণীপুৰত শোকাৱহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে মৃত্যু বাণীপুৰৰ ৰাজেশ ৰবিদাস ( 60 )
  • ব্যক্তিজনৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায় তীব্ৰবেগী বাহন
  • ঘটনা সংঘটিত কৰিপলায়ন কৰে বাহনখন
    ডিব্ৰুগড়ত পথ দুৰ্ঘটনা : নিহত 1
Dibrugarh_22mrch_Accident_jesim

One Visual on ftp


:ডিব্ৰুগড় বাণীপুৰত আজি এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।তীব্ৰ বেগী বাহনে মহতীয়াই নিয়ে এজন লোকক।ৰাজেশ ৰবিদাস নামৰ  ব্যক্তিজনৰ মুৰৰ ওপৰেৰে পাৰ হৈ যায় কোনো তীব্ৰবেগী বহন।ঘটনা সংঘটিত কৰি বহনখন পলাই যায়।



 ৬০ বছৰীয়া ৰাজেশৰ ঘৰ বাণীপুৰত বুলি জানিব পৰা গৈছে। 

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
 Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.