ETV Bharat / state

Dangoria Puja in Dibrugrah : আৰম্ভপূৰ্ণভাৱে মৰাণত আয়োজন ডাঙৰীয়া পূজা

author img

By

Published : Jul 14, 2022, 11:27 AM IST

লোকে লোকাৰণ্য হৈ পৰিল ডিব্ৰুগড়ৰ লেকাই ঠাকুৰথানৰ ঐতিহাসিক মৈদামনি ডাঙৰীয়া থান (Devotees gathering at Historical Moidamoni Dangoria Than) ৷ বিগত প্ৰায় দুটা বছৰৰ অন্তত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় ঐতিহাসিক ঠাকুৰথান মৈদামনীৰ ডাঙৰীয়া থানত ডাঙৰীয়া পূজা ৷

Thousands of devotees gathering at Historical Moidamoni Dangoria Than
আৰম্ভপূৰ্ণভাৱে মৰাণত আয়োজন ডাঙৰীয়া পূজা

মৰাণ, 14 জুলাই : হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হ’ল ডিব্ৰুগড়ৰৰ লেকাই ঐতিহাসিক ঠাকুৰথান মৈদামনীৰ ডাঙৰীয়া থান । বুধবাৰ পুৱাৰে পৰা থানখনত ভক্তৰ লানি নিছিগা ভিৰ ৷ ভক্তই থানত চাকি-বন্তি, ধূপ-ধূনা জ্বলাই পৰিয়ালৰ মংগলাৰ্থে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে (Devotees gathering at Historical Moidamoni Dangoria Than) ৷

কেৱল স্থানীয় লোকেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ পৰা আদি কৰি ৰাজনৈতিক নেতালৈকে, ডাঙৰীয়া বাবাৰ আৰ্শীবাদ বিচাৰি থানত ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰত্যেক বছৰে আহাৰ মাহৰ পূৰ্ণিমা তিথিত দিনজোৰা কাৰ্যসূচীৰে ডাঙৰী থানত পতা হয় পূজা (Dangoria Puja in Dibrugrah) । লোকবিশ্বাস অনুসৰি, উজনি অসমৰ ডিব্ৰুগড়ৰৰ এই ঐতিহাসিক ডাঙৰীয়া থানখনৰ আছে বহু মাহাত্ম্য ৷

জনবিশ্বাস আছে, পবিত্ৰ মনেৰে ডাঙৰীয়া বাবাৰ পূজা-অৰ্চনা বা সেৱা আগবঢ়ালে মনৰ কামনা পূৰণ হয় ৷ সেয়ে প্ৰত্যক বছৰে এই পূজাৰ সময়ত বহু দূৰ-দূৰণিৰ ভক্তই ভিৰ কৰে এই থানত ৷ উল্লেখ্য যে, ক'ভিড মহামাৰীৰ বাবে বিগত প্ৰায় দুটা বছৰে জাক জমকীয়াভাৱে এই থানত আয়োজন কৰিব পৰা নাছিল পূজা ৷

পূৰ্বৰ তুলনাত ক’ভিড 19 ৰ প্ৰাদুৰ্ভাৱ কিছু স্তিমিত হৈছে ৷ যাৰ বাবে অতি আৰম্ভপূৰ্ণভাৱে এইবাৰ আয়োজন কৰা হয় এই বিশেষ পূজাভাগ ৷

লগতে পঢ়ক : যান-বাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফীজ হ্ৰাস চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.