ETV Bharat / state

চেপন বজাৰত আৰম্ভ ক’ভিড পৰীক্ষা - Sepon covid test

সোমবাৰৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ উদ্যোগত চেপন আঞ্চলিক ব্যৱসায়ী সন্থাৰ সহযোগত চেপন বজাৰত আৰম্ভ কৰিছে ক’ভিড-১৯ ৰ পৰীক্ষা ৷ কেৱল ব্যৱসায়ী সকলে নহয়, স্থানীয় ৰাইজেও কৰিছে ক’ভিড পৰীক্ষা ৷

চেপন বজাৰত আৰম্ভ ক’ভিড পৰীক্ষা
চেপন বজাৰত আৰম্ভ ক’ভিড পৰীক্ষা
author img

By

Published : May 11, 2021, 10:32 AM IST

মৰাণ,11 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত হোৱা হোৱা লোকৰ সংখ্যা ৷ মহামাৰী ক’ভিডক প্ৰতিহত কৰিবলৈ ডিব্ৰুগড় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা ৷

ক'ভিড ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সোমবাৰৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ উদ্যোগত চেপন আঞ্চলিক ব্যৱসায়ী সন্থাৰ সহযোগত চেপন বজাৰত আৰম্ভ কৰিছে ক’ভিড-১৯ ৰ পৰীক্ষা ৷ কেৱল ব্যৱসায়ী সকলে নহয়, স্থানীয় ৰাইজেও কৰিছে ক’ভিড পৰীক্ষা ৷ স্থানীয় ৰাইজক সামাজিক সচেতনতাৰ পৰিচয় দি নিজৰ লগতে পৰিয়ালৰ সুৰক্ষাৰ স্বাৰ্থত ক’ভিড পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.