ETV Bharat / state

ডিব্ৰুগড়ত গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীৰ আজৱ কাণ্ড

author img

By

Published : Mar 13, 2021, 9:03 PM IST

শনিবাৰে ডিব্ৰুগড়ৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীয়ে খামটিঘাটত প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই অৱৈধভাৱে মাটি খান্দি থকা প্ৰত্যক্ষ কৰে ডিব্ৰুগড়ৰ বহুকেইটা দল-সংগঠনে ৷ লগে লগে বন বিভাগক খবৰ দিয়া হয় । বন বিভাগে মাটি খন্দা কামত ব্যৱহৃত এএছ 15 এচি 3224 আৰু এএছ 17 বি 2467 নম্বৰৰ দুখন জেচিবি বাহন জব্দ কৰি লৈ যায় বন বিভাগৰ কাৰ্যালয়লৈ ৷

ডিব্ৰুগড়ত গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীৰ আজৱ কাণ্ড
ডিব্ৰুগড়ত গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীৰ আজৱ কাণ্ড

মৰাণ,13 মাৰ্চ: পুনৰ চৰ্চা লৈ আহিছে গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানী ৷ এইবাৰ ডিব্ৰুগড়ত গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীৰ আজৱ কাণ্ড ৷ ভূ-মাফিয়াৰ ৰূপত স্বয়ং গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানী ৷ গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল-সংগঠন ৷

শনিবাৰে ডিব্ৰুগড়ৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচন এণ্ড কোম্পানীয়ে প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই অবৈধভাৱে খান্দি গৈছে খামটিঘাটৰ মাটি ৷

উল্লেখ্য যে, প্ৰশাসনৰ তৰফৰ পৰা মাটি, বালি খন্দাত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো অবৈধভাৱে মাটি খান্দি থকা প্ৰত্যক্ষ কৰে ডিব্ৰুগড়ৰ বহুকেইটা দল-সংগঠনে ৷ লগে লগে বন বিভাগক খবৰ দিয়া হয় । বন বিভাগে মাটি খন্দা কামত ব্যৱহৃত এএছ 15 এচি 3224 আৰু এএছ 17 বি 2467 নম্বৰৰ দুখন জেচিবি বাহন জব্দ কৰি লৈ যায় বন বিভাগৰ কাৰ্যালয়লৈ ৷

উল্লেখ্য যে, গৌতম কনষ্ট্ৰাকচন নামৰ কোম্পানীটোৱে দীৰ্ঘদিন ধৰি এনেধৰণৰ অবৈধ কাৰ্যত লিপ্ত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । মাটি খান্দি থকা অৱস্থাত গড়কাপ্তানী বিভাগৰ জনৈক চাংমাই উপাধিধাৰী এজন বিষয়া জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে । আনহাতে, এই সন্দৰ্ভত সংগঠন কেইটাই এই সন্দৰ্ভত ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: COVID-১৯: ভাৰতত নতুনকৈ ২৪,৮৮২ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.