ETV Bharat / state

খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন নিৰ্মাণৰ শুভাৰম্ভণী

author img

By

Published : Sep 17, 2020, 7:35 PM IST

বৃহস্পতিবাৰে খোৱাং 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাই । অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ,খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে আছু কৰ্মীসকলে ।

Construction of Swahid Bhawan of Khowang AASU
খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন নিৰ্মাণৰ শুভাৰম্ভণী

মৰাণ, 17 ছেপ্তেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নতুনকৈ 'অসম জাতীয় পৰিষদ' নামেৰে এক ৰাজনৈতিক দল জন্ম লাভ কৰাৰ পিচতে এতিয়া সমষ্টিয়ে সমষ্টিয়ে আছু কৰ্মী সকল নিবাৰ্চনক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰে খোৱাং 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাই । অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ,খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে আছু কৰ্মীসকল ।

জানিব পৰা মতে,আছুৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলৰ মৰাণ সমষ্টিৰ প্ৰাৰ্থী হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাই ।আছুৰ পৰা পদত্যাগ কৰা নাই যদিও নেতাজনে সমষ্টিৰ গাঁৱে-ভূঞে ৰাইজৰ সৈতে বিভিন্ন সমস্যাক লৈ মত বিনিময় কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে,2021 চনৰ নিবাৰ্চনৰ আগতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে নেতা জনে ।

লগতে পঢ়ক : ক'ভিডত আক্ৰান্ত হৈ মৃত্যু লোকশিল্পী তৰুণ ওজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.