ETV Bharat / state

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমি পূজন - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শুভাৰম্ভণি অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ

ডিব্ৰুগড়ত বহুমূলীয়া আঁচনিৰ ভূমি পূজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Mar 1, 2019, 7:43 PM IST

ডিব্ৰুগড়,১ মাৰ্চ:ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ভূমি পূজন । শুকুৰবাৰে ডিব্ৰুগড়ত ৪৫০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ আচঁনিৰ ভূমি পূজনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

প্ৰথমে ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ ভূমিপূজন আৰু শিলান্যাস কৰি বিশ্বমানৰ ক্ৰিকেট ষ্টেডিয়াম সহ বহুমূখী ক্ৰীড়া প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীৰগৰাকীয়ে । ইয়াৰ পাচতে 1 টকীয়া চাউল, সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা ( "অন্ন" )আঁচনিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

ডিব্ৰুগড়ত বহুমূলীয়া আঁচনিৰ ভূমি পূজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ইয়াৰ লগতে ডিব্ৰুগড়ৰ সৌন্দৰ্য্য বৰ্দ্ধন আঁচনি আৰু বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন, 'এল ই ডি হাই মাষ্ট লাইট' আচঁনিৰ শুভ উদ্বোধনী অনুষ্ঠান, নলা নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন, বহুমুখী ব্যৱহাৰিক ভৱনৰ আধাৰশিলা স্থাপন আৰু তিনঠেঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক প্ৰথম প্ৰেৰণ গোটলৈ আৰু শেনচোৱা পুখুৰী উপ স্বাস্থ্য কেন্দ্ৰক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ আচঁনিৰ শুভাৰম্ভ কৰি এক জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী ।

অনুষ্ঠানত কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি অকৰ্মণ্যতাৰ বাবে কংগ্ৰেছৰ দিনত উন্নয়ন নহ'ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীগৰাকীয়ে । কেৱল এয়াই নহয়,বিজেপিৰ দুবছৰীয়া শাসন কালতে কেইবাটাও আঁচনিৰ জৰিয়তে উন্নয়নমূলক কাম কৰা বুলি কৈ কংগ্ৰেছক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ প্ৰাকক্ষণত নিজ গৃহ জিলাত এনেদৰে কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰি চৌকিডিঙী খেলপথাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলক প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী । এই অনুষ্ঠানত ১১৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে আনন্দৰাম বৰুৱা বঁটা ।

A_1mrch_802to808_Dib_CM_schemes_jesim

Visual byte on mojo
 
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ভূমি পূজন।ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৪৫০কোটি টকাৰৰ  কেইবাটাও গুৰুত্বপূৰ্ণ আচঁনিৰ ভূমি পূজনেৰে শুভাৰম্ভ কৰে আজি ।প্ৰথমে খনিকৰত প্ৰায় দুই কোটি টকীয়া, বহুমুখী ক্ৰীড়া প্ৰকল্পৰ ভূমিপূজন কৰে।
প্ৰথমে মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পটোৰ ভূমিপূজন আৰু শিলান্যাস কৰি বিশ্বমানৰ ক্ৰিকেট ষ্টেডিয়াম সহ  বহুমূখী ক্ৰীড়া প্ৰকল্প ভূমি পূজন কৰে।কংগ্ৰেছৰ দিনত উন্নয়ন নহল,গুৰুত্ব নিদিলে।অৰ্কমন্যতাৰ বাবে উন্নয়ন আনিব নোৱাৰিলে কংগ্ৰেছে।বিৰুধীক সমালোচনা মুখ্যমন্ত্ৰীৰ।

ইয়াৰ পাছতে 1 টকীয়া চাউলৰ, সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা ( "অন্ন" )আঁচনিৰ  উদ্বোধনো কৰে মুখ্যমন্ত্ৰীয়ে।খনিকৰ অঞ্চলতে উজনিৰ বাবে এই আঁচনি হিতাধিকাৰীক চাউল বিলাই মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।এই আঁচনিত চাহ বাগিছাৰ শ্ৰমিকে বিনামূলীয়াকৈ লাভ কৰিব চাউল। 

ইয়াৰ পিছতে চৌকিডিঙ্গী  খেলপথাৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান, ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য্য বদ্ধপৰিকৰ বাবে বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন, 'এল ই ডি হাই মাষ্ট লাইট' আচঁনিৰ শুভ উদ্বোধনী অনুষ্ঠান, নলা নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন, বহুমুখী ব্যৱহাৰিক ভৱনৰ আধাৰশিলা স্থাপন আৰু তিনঠেঙ্গীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক প্ৰথম প্ৰেৰণ গোটলৈ আৰু শেনচোৱা পুখুৰী উপ স্বাস্থ্য কেন্দ্ৰক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ অাচঁনিৰ শুভাৰম্ভ কৰি এক জনসভাত অংশগ্ৰহণ কৰে।সভাত বিগত কংগ্ৰেছ চৰকাৰে উজনিৰ চহৰখনত  উন্নয়ন মুলক কাম নকৰাৰ বাবেই উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰল ডিব্ৰুগড়।বিজেপিৰ দুবছৰীয়া শাসন কালতে কেইবাটাও আচনিৰ জৰিয়তে উন্নয়ন মূলক কাম কৰা বুলি কৈ কংগ্ৰেছক সমালোচনা কৰে।লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ প্ৰাক ক্ষণত নিজ গৃহ জিলাত এনেদৰে কেইবাটাও আচনিৰ ভূমি পূজন কৰি শুভাৰম্ভ কৰি চৌকিডিঙী খেলপথাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫শতাংশ উপৰৰ সুখ্যাতিৰে উত্তীৰ্ণ সকলক প্ৰদান কৰা আনন্দ ৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।১১৭৮গৰাকী ছাত্র ছাত্ৰীক  প্ৰদান কৰে এই আনন্দৰাম বৰুৱা বঁটা।

Byte:-মুখ্যমন্ত্ৰী।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
 Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.