ETV Bharat / state

বিশাল ৰেলীৰে মৰাণত চক্ৰধৰ গগৈৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Mar 24, 2021, 10:05 PM IST

বুধবাৰে মৰাণৰ ৰাজপথত কেইবা শতাধিক দলীয় সমৰ্থকক লগত লৈ বিধায়কজনে বিশাল ৰেলী বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে । ১৬ ৰ বিধানসভা নিৰ্বাচনতকৈ এইবাৰ বেছি ভোট পাই জয়ী হোৱাৰ বুলি দাবী কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।

বিশাল ৰেলীৰে মৰাণত চক্ৰধৰ গগৈৰ শক্তি প্ৰদৰ্শন
বিশাল ৰেলীৰে মৰাণত চক্ৰধৰ গগৈৰ শক্তি প্ৰদৰ্শন

মৰাণ,24 মাৰ্চ: কংগ্ৰেছৰ উপৰিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মৰাণ সমষ্টিত প্ৰাৰ্থী দিয়াত বিজেপিৰ বাবে জয়ৰ বাট ইমান সহজ নহ'ব বুলি বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে অনুমান কৰিব পাৰিছে । সেয়ে দিনে-ৰাতিয়ে সমষ্টিৰ প্ৰতিটো পঞ্চায়তত প্ৰচাৰ তীব্ৰ কৰি তুলিছে প্ৰাৰ্থী গৰাকীয়ে ।

বুধবাৰে মৰাণৰ ৰাজপথত কেইবা শতাধিক দলীয় সমৰ্থকক লগত লৈ বিধায়কজনে বিশাল ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰে । ১৬ বিধানসভা নিৰ্বাচনতকৈ এইবাৰ বেছি ভোট পাই জয় হোৱাৰ দাবী কৰে বিধায়ক গৰাকীয়ে । ইফালে মৰাণ সমষ্টিত তেওঁৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোনো প্ৰাৰ্থী নাই বুলিও বিধায়কগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়কঃ অখিলৰ সমৰ্থত শিৱসাগৰৰ ৰাজপথত সহস্ৰাধিক জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.