ETV Bharat / state

ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে ডিব্ৰুগড়ত তেজৰ নমুনা সংগ্ৰহ

ডিব্ৰুগড় জিলা প্ৰশাসনৰ এক উল্লেখনীয় পদক্ষেপ । ডিব্ৰুগড়ত ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে জিলাখনৰ বিভিন্ন ব্যক্তিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে । দেহত ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ উপস্থিতি নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে এনে পদক্ষেপ হাতত লৈছে ।

author img

By

Published : Dec 24, 2020, 8:37 PM IST

ডিব্ৰুগড়ত ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে তেজৰ নমুনা সংগ্ৰহ

ডিব্ৰুগড় , ২৪ ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়া কিছু কমিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে মহামাৰীবিধৰ পৰা সম্পূৰ্ণৰূপে উপশম পোৱা নাই । প্ৰতিষেধক প্ৰস্তুতৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তত চেষ্টা অব্য়াহত আছে ।

ইয়াৰ মাজতে ডিব্ৰুগড় জিলা প্ৰশাসন গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ । ডিব্ৰুগড়ত ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে জিলাখনৰ বিভিন্ন ব্যক্তিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে । সমাজৰ বিভিন্ন স্তৰৰ লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ উপস্থিতি নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে এই পদক্ষেপ হাতত লৈছে । বৃহস্পতিবাৰেও স্বাস্থ্যকৰ্মী সকলে জিলা খনৰ বিভিন্ন স্থানৰ শিশু, পুৰুষ, মহিলা উভয়ৰে পৰা তেজৰ নমুনা সংগ্ৰহ কৰে ।

উল্লেখ্য যে, দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৰ্থিক সহযোগিতাৰে ডিব্ৰুগড় জিলা প্ৰশাসনে সমীক্ষা অব্য়াহত ৰাখিছে । লগতে সহযোগ কৰিছে লাহোৱালস্থিত আই চি এম আৰ-আৰ এম আৰ চি, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে । ইফালে তেজৰ নমুনা সংগ্ৰহ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে জিলাখনৰ সকলো ঠাইতে হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ।

ডিব্ৰুগড়ত ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে তেজৰ নমুনা সংগ্ৰহ
ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে ডিব্ৰুগড়ত তেজৰ নমুনা সংগ্ৰহ

লগতে পঢ়ক : নাহৰকটীয়া এছ বি আইৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.