ETV Bharat / state

মৰাণত তুংগত উঠিছে ভোগালীক আদৰাৰ প্ৰস্তুতি

author img

By

Published : Dec 29, 2021, 10:31 PM IST

মৰাণত হেপাঁহৰ মাঘ বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে মৰাণবাসীয়ে(Bhogali Bihu preparation in Moran) ৷ ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ'বলগা মাঘী মেলা আৰু ভোগৰ উৎসৱৰ বাবে লাইখুঁটা স্থাপন ৷

rwe
ergwe

মৰাণ, 29 ডিচেম্বৰ : বিগত বৰ্ষসমূহৰ দৰেই ডিব্ৰুগড় জিলাৰ মৰাণতো ব্যাপক প্ৰস্তুতি চলিছে ভোগালীক আদৰাৰ ৷ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ গ্ৰাম্যাঞ্চলত চলিছে এতিয়া বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি(Bhogali Bihu preparation in Moran) ।

মৰাণত তুংগত উঠিছে ভোগালীক আদৰাৰ প্ৰস্তুতি
মৰাণত তুংগত উঠিছে ভোগালীক আদৰাৰ প্ৰস্তুতি

মৰাণত চৰাইদেউ জিলা চুতীয়া যুৱ সন্মিলন ,মৰাণ আঞ্চলিক চুতীয়া যুৱ লগতে সন্মিলনৰ উদ্যোগত আৰু মাজপথাৰ, কাছমাৰী ৰাইজৰ সহযোগত তিলৈজান মাজপথাৰৰ বৰ্ণিল শিল্পী ধৰণী হাজৰিকা সমন্বয় ক্ষেত্ৰত মাঘ বিহু উপলক্ষে অহা ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ'ব মাঘী মেলা ।

ভোগৰ উৎসৱ ভোগালী বিহু তথা মাঘীমেলাৰ মঙলবাৰে লাইখুঁটা স্থাপনেৰে বিহুৰ প্ৰস্তুতি আৰম্ভ কৰে । ডেকা, জীয়ৰী, বোৱাৰী, আই সকলোৱে শ্ৰমদানৰ সৈতে ওলাই আহিল কাৰ্যসূচীলৈ । বিহু মাৰি উলহ মালহেৰে কৰিলে শ্ৰমদান । দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা এই মাঘী মেলাখনত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : আকৌ আহিল ভোগৰ ভোগালী, নৰা কটাত ব্যস্ত গঞা ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.